thumbnail

By

Published : Jul 23, 2022, 10:21 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

ETV Bharat / Videos

Arunachal Pradesh Zero crash: বিদায় বেদান্ত; অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধা জনালে বন্ধুৱে

শনিবাৰে স্বগৃহ পালেহি অৰুণাচলৰ জিৰ'ত ভয়াৱহ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোৱালি নগাঁও চহৰৰ লাওখোৱা ৰোডৰ বেদান্ত বৰমেহেলাৰ মৃতদেহ (Bodies of Bedanta arrive in Nagaon)৷ বেদান্তৰ মৃতদেহ নিজগৃহ আহি পোৱাৰ লগে লগে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় অঞ্চলটোত (NDRF recovered bodies of four Assam youth) ৷ ইয়াৰ পাছতে লাওখোৱা ৰোডৰ বেদান্তৰ বাসগৃহত যথেষ্ট সংখ্যক লোকে ভিৰ কৰেহি ৷ বেদান্তক শেষ বিদায় জনাবলৈ উপস্থিত হয় নৰ্থ-ইষ্ট মটৰ ৰাইডাৰ্ছ গ্ৰুপৰ সদস্যসকল (Arunachal Pradesh Zero crash) ৷ উল্লেখযোগ্য যে ইঞ্জিনিয়াৰিঙৰ স্নাতক বেদান্তই 2014 চনৰ পৰা নৰ্থ-ইষ্ট বাইক ৰাইডাৰ্ছৰ হৈ চীন, ম্যানমাৰ, থাইলেণ্ড আদি স্থানলৈ বাইক ৰাইড কৰাৰ লগতে পথ সুৰক্ষাৰ বিভিন্ন সজাগতামূলক কাৰ্যসূচীতো ভাগ লৈ আহিছিল ৷ বেদান্তৰ অকাল মৃত্যুৰ ঘটনাক মানি লব পৰা নাই তেওৰ বন্ধুবৰ্গৰ লগতে চহৰখনৰ লোকসকলে ৷
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.