ডলু চাহ বাগিচাৰ উচ্ছেদৰ বিৰুদ্ধে আটছাই কঁপাব ৰাজ্য

By

Published : May 17, 2022, 10:09 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail
চৰকাৰে ডলু চাহ বাগিছাসহ ইয়াৰ শাখা বাগিচা লালবাগ আৰু ময়না গড়ৰ ৮৭৩ একৰ ভূমিৰ চাহগছ ধ্বংস কৰি গ্ৰীণফিল্ড বিমানবন্দৰ(Greenfield airport at Silchar) নিৰ্মাণ কৰিবলৈ লোৱাৰ কাৰ্যক ৰাজ্যজুৰি বিভিন্ন দল সংগঠনে বিৰোধীতা কৰিছে । ইমানৰ পাছতো নিজৰ স্থিতিত অটল ৰাজ্য চৰকাৰ । ডলু চাহ বাগিচা উচ্ছেদক((Eviction drive at Doloo tea estate) লৈ বুধবাৰে প্ৰতিবাদেৰে ৰাজ্য কঁপাব বুলি জানিবলৈ দিছে আটছাই (AATSA protest against eviction at Doloo tea estate) । চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আটছাৰ উদ্যোগত ৰাজ্যৰ প্ৰতিখন জিলাতে হ'ব প্ৰতিবাদ । মৰাণত এই কথা জানিবলৈ দিলে আটছাৰ কেন্দ্ৰীয় নেতা বাবুল চাহুৱে । আনহাতে শিলচৰৰ ক্ষতিগ্ৰস্ত চাহ শ্ৰমিকক ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছে আছাৰ সম্পাদক দেবেন ওৰাঙে ।
Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.