thumbnail

By

Published : Mar 25, 2022, 8:50 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

ETV Bharat / Videos

The Kashmir files চাবলৈ গৈ কিয় কান্দিছিল আঙুৰলতাই ?

শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰাজ্যৰ বহু বিধায়ক তথা বিজেপি নেতা কৰ্মীয়ে ছবিগৃহলৈ গৈ উপভোগ কৰিছিল 'দ্যা কাশ্মীৰ ফাইলছ' ছবিখন (BJP leaders in Assam watched The Kashmir files ) ৷ ছবিখন চাই যথেষ্ট আৱেগিক হৈ পৰা দেখা গৈছিল বিজেপি নেত্ৰী তথা অভিনেত্ৰী আঙুৰলতা ডেকাক ৷ এতিয়া আঙুৰলতাই নিজেই কৈছে কিয় ছবিখন চাবলৈ গৈ কান্দিবলৈ বাধ্য হৈছিল তেওঁ (BJP leader Angoorlata Deka on The Kashmir files) ৷ সবিশেষ চাও আহক ৷
Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.