ETV Bharat / state

জাগুণত পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে

author img

By

Published : Nov 8, 2019, 12:31 PM IST

বৃহস্পতিবাৰে নিশা জাগুণত বনৰীয়া হাতীয়ে প্ৰাণ ল'লে এজনৰ ৷ কোনোমতে প্ৰাণ ৰক্ষা পৰে এগৰাকী মহিলাসহ এটি শিশুৰ ৷

বনৰীয়া হাতীয়ে প্ৰাণ ল'লে এজনৰ,লণ্ড ভণ্ড কৰিলে বাসগৃহ

তিনিচুকীয়া, জাগুন, 8 নৱেম্বৰঃ তিনিচুকীয়া জিলাৰ জাগুনত পুনৰ সংঘটিত হৈছে হাতী আৰু মানুহৰ সংঘাত ৷ বৃহস্পতিবাৰে নিশা 11 বজাত বনৰীয়া হাতীয়ে এটা বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে প্ৰদীপ গগৈ নামৰ এজন ব্যক্তিক হত্যা কৰে ৷ হাতীৰ আক্ৰমণৰ সময়ত বাস গৃহত থকা এগৰাকী মহিলাসহ এটি শিশু কোনোমতে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়কঃ মৰিয়নীত আছুৰ বিক্ষোভ প্ৰদৰ্শন

Intro:

জাগুনৰ দুই নং ফানেঙত হাতী মানুহৰ সংঘাত । নিশা প্ৰায় ১১ মান বজাত বনৰীয়া হাতীয়ে ভাঙি লণ্ড ভণ্ড কৰে বাস গৃহ বাস গৃহটোৰ মালিক প্ৰদীপ গগৈ (৫০) হাতীৰ আক্ৰমণত থিতাতে নিহত । হাতীৰ আক্ৰমণৰ সময়ত বাস গৃহত থকা এ গৰাকী মহিলা সহ আৰু এ গৰাকী শিশুৰৰ কোনোমতে প্ৰাণ ৰক্ষা পৰে ।Body:Byte-1Conclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.