ETV Bharat / state

Free health camp in Amaguri: আমগুৰিত বিনামূলীয়া চকু চিকিৎসা শিবিৰ

আমগুৰিৰ বেচৰকাৰী সংস্থা ডনবস্ক' ভান এছ'ছিয়েচনৰ উদ্যোগত এই চকু পৰীক্ষা শিবিৰ (Free Eye treatment Camp) । শিবিৰটোত ৭০ গৰাকীয়ে চিকিৎসা গ্ৰহণ কৰে ।

author img

By

Published : Oct 12, 2022, 10:54 PM IST

Free health camp in Amaguri
আমগুৰিত বিনামূলীয়া চকু চিকিৎসা শিবিৰ

আমগুৰি, ১২ অক্টোবৰ: আমগুৰিত ভান এছ'ছিয়েচনৰ (Van Association of Amaguri) উদ্যোগত মঙলবাৰে বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পন্ন হয় (Free eye camp at Amaguri)। আমগুৰিৰ বেচৰকাৰী সংস্থা ডনবস্ক' ভান এছ'ছিয়েচনৰ উদ্যোগত এই চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত হয় । পূব ভাৰতৰ সৰ্বাধিক পুৰস্কাৰ লাভ কৰা চকু চিকিৎসা নেটৱৰ্ক ই আৰ চিৰ শিৱসাগৰ চকু চিকিৎসালয়ৰ পৰা অহা বিশেষজ্ঞসকলে উক্ত শিবিৰটোত অংশগ্ৰহণ কৰে ৷

আমগুৰিত বিনামূলীয়া চকু চিকিৎসা শিবিৰ

উক্ত অনুষ্ঠানটোৰ শুভ উদ্ধোধন কৰে শিক্ষাবিদ কৃপাল ভূঞাই । আনহাতে, বিশিষ্ট অতিথি হিচাপে আমগুৰি আৰক্ষীৰ চক্ৰ পৰিদৰ্শক (Circle Inspector of Amaguri Police) নাৰায়ণ বড়ো উপস্থিত থাকে ৷ এছ'ছিয়েচনৰ হৈ সীমান্ত খনিকৰে আঁতধৰা অনুষ্ঠানটোত আমন্ত্ৰিত বক্তিসকলক সম্বৰ্দ্ধনা (Felicitation at Amaguri) জনোৱা হয় । এই শিবিৰটোত ৭০ গৰাকী লোকে চিকিৎসা গ্ৰহণ কৰে ।

লগতে পঢ়ক:Deadbody recovered: ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত উটি আহিল শিশু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.