ETV Bharat / state

প্লাষ্টিকমুক্ত ভাৰতঃ ETV BHARATৰ স'তে সহযোগিতা উদ্ভাৱক উদ্ধৱ ভৰালীৰ - প্লাষ্টিকমুক্ত ভাৰতবৰ্ষ ETV BHARAT ৰ স'তে উদ্ধৱ ভৰালী

প্লাষ্টিক মুক্ত ভাৰতবৰ্ষৰ ক্ষেত্ৰত বিশিষ্ট বিজ্ঞানীগৰাকীৰ ভূমিকাৰ উল্লেখনীয়... এবছৰ পূৰ্বেই পেলনীয়া জাৱৰ, প্লাষ্টিক আদি জ্বলালে কম ধোৱা নিৰ্গত হোৱাকৈ এটা ইঞ্চুনেটৰ সাজি উলিয়াইছে উদ্ভাৱক উদ্ভৱ ভৰালীয়ে ৷

প্লাষ্টিকমুক্ত ভাৰতবৰ্ষ
author img

By

Published : Nov 6, 2019, 11:34 PM IST

Updated : Nov 7, 2019, 12:41 PM IST

"ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে প্লাষ্টিক মুক্ত কৰাটো অসম্ভৱ যদিও ৰাইজৰ মাজত সজাগতাৰ প্ৰয়োজন" এই মন্তব্য বিশিষ্ট উদ্ভাৱক উদ্ধৱ ভৰালীৰ ৷ প্লাষ্টিকমুক্ত ভাৰতবৰ্ষৰ বাবে ETV BHARAT য়ে চলাই থকা সজাগতাৰ প্ৰচেষ্টাত বুধবাৰে ভাগ ল'লে বিশিষ্ট উদ্ভাৱক উদ্ধৱ ভৰালীয়ে...

প্লাষ্টিকমুক্ত ভাৰতবৰ্ষ

"ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে প্লাষ্টিক মুক্ত কৰাটো অসম্ভৱ যদিও ৰাইজৰ মাজত সজাগতাৰ প্ৰয়োজন" এই মন্তব্য বিশিষ্ট উদ্ভাৱক উদ্ধৱ ভৰালীৰ ৷ প্লাষ্টিকমুক্ত ভাৰতবৰ্ষৰ বাবে ETV BHARAT য়ে চলাই থকা সজাগতাৰ প্ৰচেষ্টাত বুধবাৰে ভাগ ল'লে বিশিষ্ট উদ্ভাৱক উদ্ধৱ ভৰালীয়ে...

প্লাষ্টিকমুক্ত ভাৰতবৰ্ষ
Intro:সজাগতাই পৃথিৱীৰ ক মুক্ত কৰিব প্লাষ্টিকৰ ব্যৱহাৰৰ পৰা। প্লাষ্টিক মুক্ত ভাৰতবৰ্ষ গঢ়ি তোলাৰ ক্ষেত্ৰত ETV ভাৰতে চলোৱা সজাগতাক সলাগ ললে লখিমপুৰ ৰ বিশিষ্ট উদ্ভাৱক পদ্মশ্ৰী উদ্ভৱ ভৰালী য়ে।


Body:ভৰালীৰ মতে সম্পূৰ্ণ ৰুপে ভাৰতবৰ্ষ প্লাষ্টিক মুক্ত কৰি টোলা অসম্ভৱ যদিও সজাগতাৰ প্ৰয়োজন। প্ৰাথমিক পৰ্যায়ৰ পৰা ছাত্ৰ ছাত্ৰী ক সজাগ কৰি তুলিলে প্ৰধান মন্ত্ৰীৰ ৰ পদক্ষেপ সফল হৈ উঠিব বুলি আশাবাদী উদ্দৱ ভৰালী। ভৰালী ৰ মতে সজাগ হব লাগিব সমাজৰ ধনীক শ্ৰেণী।প্লাষ্টিক ৰ ব্যৱহাৰৰ ক্ষেত্ৰত বাধ্য বাধকতাৰ ক্ষেত্ৰত কঠোৰ হব লাগিব প্ৰশাসন যন্ত্ৰ। ETV ভাৰতৰ প্লাষ্টিক মুক্ত ভাৰত গঢ়ি তোলাৰ যি সজাগতাৰ চেষ্টা চলাইছে তাৰ সলাগ ললে ভৰালীয়ে।


Conclusion:প্ৰায় এবছৰ পূৱে উদ্ভাৱক ভৰালীয়ে উদ্ভাৱন কৰি উলিয়াইছে। পেলনীয়া জাৱৰ প্লাষ্টিক আদি কম ধোৱা নিৰ্গত হোৱাকৈ পুৰিব পৰা এটা ইঞ্চুনেটৰ। যাৰ যড়িয়তে সহজেই পুৰিব পাৰি প্লাষ্টিকৰ ৰ বেগ, এবাৰ ব্যৱহাৰ কৰা বটল। যত বায়ু প্ৰদুষণৰ মাত্ৰাও কম। ইতিমধ্যে বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ে ব্যৱহাৰ কৰিছে এই ইঞ্চুনেটৰ।
Last Updated : Nov 7, 2019, 12:41 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.