ETV Bharat / state

তৈলক্ষেত্ৰ বিক্ৰী বিৰুদ্ধে সৰৱ কৃষক মুক্তি সংগ্ৰাম সমিতি - বিজেপি চৰকাৰক সকীয়াই দিয়ে সংগঠনটোৰ সভাপতি ৰাজু বৰাই

কোনো কাৰণতে এই কাৰ্য হ'বলৈ দিয়া নহ'ব বুলি বিজেপি চৰকাৰক সকীয়াই দিয়ে সংগঠনটোৰ সভাপতি ৰাজু বৰাই ৷

KMSS vocal against privatization of oil fields
তৈলক্ষেত্ৰ বিক্ৰী বিৰুদ্ধে সৰৱ কৃষক মুক্তি সংগ্ৰাম সমিতি
author img

By

Published : May 21, 2020, 4:25 PM IST

গুৱাহাটী, 21 মে': ক'ভিড-19 ৰ ভয়াৱহতাৰ মাজতে অ এন জি চি অসমৰ সম্পদ 8 টাকৈ তৈলক্ষেত্ৰ বহিৰাগত বনিয়াক বিক্ৰী কৰাৰ যোজা চলাইছে কেন্দ্ৰীয় চৰকাৰে ৷ চৰকাৰৰ এই সিন্ধান্তক একেমুখে ধিক্কাৰ দিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে ৷ তৈলক্ষেত্ৰ বিক্ৰীৰ চক্ৰান্তৰ বিৰুদ্ধে সামান্তৰালকৈ গৰজি উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতি ৷ কোনো কাৰণতে এই কাৰ্য হ'বলৈ দিয়া নহ'ব বুলি বিজেপি চৰকাৰক সকীয়াই দিয়ে সংগঠনটোৰ সভাপতি ৰাজু বৰাই ৷

তৈলক্ষেত্ৰ বিক্ৰী বিৰুদ্ধে সৰৱ কৃষক মুক্তি সংগ্ৰাম সমিতি

কেন্দ্ৰীয় চৰকাৰে এই সিন্ধান্ত শীঘ্ৰে বাতিল নকৰিলে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰ হুংকাৰ দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ লক ডাউন অন্ত পৰাৰ পাছতেই ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ৰূপায়ন কৰা হব বুলি সকীয়াই দিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি গৰাকীয়ে ৷

লগতে পঢ়কঃ বৰষুণৰ বাবে সৰুসজাই কোৱাৰেন্টাইন কেন্দ্ৰত শ শ লোকৰ অসহায় অৱস্থা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.