ETV Bharat / state

জুবলী ফাউণ্ডেশ্যনৰ উদ্যোগত "অংগদান এক মহৎ দান" শীৰ্ষক অভিযান - জুবলী ফাউণ্ডেশ্যনে

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত জুবলী ফাউণ্ডেশ্যনে অনুষ্ঠিত কৰে এক সজাগতামূলক অনুষ্ঠান

জুবলী ফাউণ্ডেশ্যনৰ উদ্যোগত "অংগদান এক মহৎ দান" শীৰ্ষক অভিযান
author img

By

Published : Jul 2, 2019, 10:52 PM IST

গুৱাহাটী,২ জুলাইঃ মঙলবাৰে মহানগৰীৰ জালুকবাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অনুষ্ঠিত হয় এক সজাগতামূলক অনুষ্ঠান। "আমি জীয়াম মৃত্যুৰ পিছত" এই শ্লোগানেৰে জুবলী ফাউণ্ডেশ্যনে আৰম্ভ কৰিছে এক সজাগতা অভিযান । মৃত্যুৰ পিছত নিজৰ অংগ দান কৰি বহুতৰে জীৱন ৰক্ষা কৰি নিজক জীয়াই ৰাখিব পাৰি । এই মহৎ উদ্দেশ্যে আগত ৰাখি জুবলী ফাউণ্ডেশ্যনে আৰম্ভ কৰিছে এই অভিযান।

জুবলী ফাউণ্ডেশ্যনৰ উদ্যোগত "অংগদান এক মহৎ দান" শীৰ্ষক অভিযান

এই সজাগতামূলক অনুষ্ঠানত উপস্থিত থাকি নিজৰ বিভিন্ন বাস্তৱ জীৱনৰ কথা প্ৰকাশ কৰে মহাবিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তপন চন্দ্ৰ বৰদলৈয়ে । বৰদলৈয়ে ২০০৭ চনত অংগদানৰ ফলতেই নিজৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল । জুবলী ফাউণ্ডেশ্যনে হাতত লোৱা এই অভিযানক শলাগ লয় অৱসৰপ্ৰাপ্ত অধ্যাপকগৰাকীয়ে ।

Intro:মংগলবাৰে মহানগৰীৰ জালুকবাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অনুষ্ঠিত হয় এক সজাগতামূলক অনুষ্ঠান। "আমি জীয়াম মৃত্যুৰ পিছত" এই শ্লোগানেৰে জুবলী ফাউণ্ডেশ্যনে আৰম্ভ কৰিছে এক সজাগতা অভিযান। মৃত্যুৰ পিছত নিজৰ অংগ দান কৰি বহুটোৰে জীৱন ৰক্ষা কৰি নিজক জীয়াৰ ৰাখিব পাৰি। Body:এই মহৎ উদ্দেশ্যে আগত ৰাখি জুবলী ফাউণ্ডেশ্যনে আৰম্ভ কৰিছে এই অভিযান। এই সজাগতামূলক অনুষ্ঠানত উপস্থিত থাকি নিজৰ বিভিন্ন বাস্তৱ জীৱনৰ কথা প্ৰকাশ কৰে মহাবিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তপন চন্দ্ৰ বৰদলৈয়ে। বৰদলৈয়ে ২০০৭ চনত অংগদানৰ ফলতেই নিজৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। জুবলী ফাউণ্ডেশ্যনে হাতত লোৱা এই অভিযানক শলাগ লয় অৱসৰপ্ৰাপ্ত অধ্যাপকগৰাকীয়ে।Conclusion:Hirul Haque
Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.