ETV Bharat / state

গুৱাহাটীত কথমপি দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল Go Airৰ এখন যাত্ৰীবাহী বিমান - GUWAHATI BORJHAR AIRPORT ASSAM

GUWAHATI GO AIR EMERGENCY LANDING DUE TO TECHNICAL ERROR
গুৱাহাটীত কথমপি দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল Go Airৰ এখন যাত্ৰীবাহী বিমান
author img

By

Published : Dec 23, 2019, 2:00 PM IST

Updated : Dec 23, 2019, 2:08 PM IST

13:54 December 23

বিমানখনে বৰঝাৰ বিমান বন্দৰৰ পৰা কলকাতা অভিমুখে উৰণ আৰম্ভ কৰিছিল

GUWAHATI GO AIR EMERGENCY LANDING DUE TO TECHNICAL ERROR
Go Airৰ বিমানত কাৰিকৰী বিজুতি
  • গুৱাহাটীত যাত্ৰীবাহী বিমানত অঘটন 
  • যান্ত্ৰিক বিজুটিৰ বাবে জৰুৰী অৱতৰণ Go Airৰ এখন যাত্ৰীবাহী বিমান
  • গুৱাহাটীৰ পৰা কলকাতা অভিমুখে গৈ আছিল বিমানখন
  • বিমানখনে বৰঝাৰ বিমান বন্দৰৰ পৰা উৰণ আৰম্ভ কৰিছিল
  • উৰণৰ পিচতে ধৰা পৰিছিল যান্ত্ৰিক বিজুতিৰ
  • পুনৰ বৰঝাৰ বিমান বন্দৰত জৰুৰী ভাবে অৱতৰণ কৰে বিমানখনে
  • কাৰিকৰী বিজুতি ঘটা বিমান খনৰ নম্বৰ GH546 
  • বিমানখনত মুঠ যাত্ৰী 157 জন আছিল
  • আটাইকেগৰাকী যাত্ৰীয়েই বৰ্তমান সুৰক্ষতিভাৱে বিমান বন্দৰত আছে

Intro:Body:

# যান্ত্ৰিক বিজুটিৰ বাবে গুৱাহাটীৰ পৰা কলকাতা অভিমুখে গৈ থকা Go Air নামৰ বিমান খন বৰঝাৰ বিমান বন্দৰত জৰুৰী ভাবে অৱটোৰণ কৰে ।

#বিমান খনৰ নম্বৰৰ GH546 

#বিমান খনত মুঠ যাত্ৰী আছিল 157 জন।

Conclusion:
Last Updated : Dec 23, 2019, 2:08 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.