ETV Bharat / state

যান-বাহন আৰক্ষীৰ ওপৰত নিৰ্মম প্ৰহাৰ খোদ আৰক্ষী বিষয়াৰ - সঞ্জয় ৰাভাৰ বিৰুদ্ধে এজাহাৰ দাখিল

দিছপুৰ থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমিত সিং আৰু সঞ্জয় ৰাভাৰ বিৰুদ্ধে এজাহাৰ দাখিল খোদ যান-বাহন আৰক্ষীৰ কনিষ্টবলৰ

যান-বাহন আৰক্ষীৰ ওপৰত নিৰ্মম প্ৰহাৰ খোদ আৰক্ষী বিষয়াৰ
author img

By

Published : Sep 5, 2019, 10:30 PM IST

গুৱাহাটী, 5 ছেপ্টেম্বৰঃ দিছপুৰ যান-বাহন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিলে যান-বাহন আৰক্ষীৰ কনিষ্টবলে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে সাগৰ ফুকন নামৰ যান-বাহন আৰক্ষীৰ কনিষ্টবল গৰাকী যোৱা 2 ছেপ্টেম্বৰৰ পৰা শাৰীৰিকভাৱে অসুস্থ হোৱাৰ ফলত 4 ছেপ্টেম্বৰৰ নিশা 9 বজাত তেওঁ ছুটি বিচাৰি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমিত সিঙৰ ওচৰলৈ গৈ অৱগত কৰে।

যান-বাহন আৰক্ষীৰ ওপৰত নিৰ্মম প্ৰহাৰ খোদ আৰক্ষী বিষয়াৰ

কিন্তু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে সাগৰ ফুকনৰ ওপৰত ক্ষোভিত হৈ সঞ্জয় ৰাভা নামৰ বিষয়াগৰাকী সহ থানাৰ ভিতৰলৈ টানি লৈ আহি সাগৰ ফুকনক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । আনহাতে ঘটনা সন্দৰ্ভত সাগৰ ফুকনে দিছপুৰ থানাত ভাৰপ্ৰাপ্ত বিষয়া অমিত সিঙ আৰু সঞ্জয় ৰাভাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ।

Intro:যান-বাহন আৰক্ষীৰ ওপৰত এইবাৰ নিৰ্মম ব্যৱহাৰ খোদ আৰক্ষী বিষয়াৰ

Body:দিছপুৰ যান-বাহন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিলে এজন যান-বাহন কনিষ্টবলে। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি সাগৰ ফুকন নামৰ যান-বাহন কনিষ্টবল গৰাকীৰ যোৱা 2 ছেপ্টেম্বৰৰ পৰা শাৰীৰিকভাৱে অসুস্থ থকাত 4 ছেপ্টেম্বৰৰ নিশা 9 বজাত তেওঁ ছুটি বিচাৰি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমিত সিঙৰ ওচৰত গৈ শাৰীৰিকভাৱে অসুস্থতাৰ বিষয়ে অৱগত কৰে। পাছত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে সাগৰৰ ওপৰত সৰৱ হৈ পৰাত সাগৰ থানাৰ পৰা বাহিৰ ওলাই যায় আৰু এল চিসহ ভাৰপ্ৰাপ্ত বিষয়া অমিত সিঙে সাগৰক থানাৰ ভিতৰলৈ টানি লৈ আহি শাৰীৰিকভাৱে প্ৰহাৰ কৰে। বৰ্তমান ঘটনা সন্দৰ্ভত সাগৰ ফুকনে দিছপুৰ থানাত ভাৰপ্ৰাপ্ত বিষয়া অমিত সিঙ আৰু এল চি সঞ্জয় ৰাভাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে।

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.