ETV Bharat / state

টিংখাঙৰ ৰাজপথত CAAৰ বিৰুদ্ধে কণ কণ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

author img

By

Published : Jan 12, 2020, 9:38 AM IST

সমগ্ৰ দেশতে CAAৰ বিৰোধী প্ৰতিবাদসমূহক নেওচি শুকুৰবাৰে নিশা ৰাজপত্ৰৰ দ্বাৰা সমগ্ৰ দেশতে বলৱৎ হয় নাগৰিকত্ব (সংশোধনী) আইন 2019 ৷ ইয়াৰ পাচতে CAAৰ বিৰুদ্ধে টিংখাঙৰ ৰাজপথলৈ ওলাই আহিল কণ কণ ছাত্ৰ ছাত্ৰী ৷

Anti CAA protest
CAAৰ বিৰুদ্ধে কণ কণ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

টিংখাং, 12 জানুৱাৰীঃ শ্ৰেণীকোঠা এৰি শনিবাৰে টিংখাঙৰ ৰাজপথত নাগৰিকত্ব (সংশোধনী) আইন, 2019ৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে কণ কণ ছাত্ৰ ছাত্ৰীয়ে ৷ টিংখাঙৰ ৰাজগড়ৰ অন্যতম আগশাৰী শিক্ষানুষ্ঠান বিদ্যানিকেতনৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলে ৰাজপথলৈ ওলাই আহি বিতৰ্কিত আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

CAAৰ বিৰুদ্ধে কণ কণ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

বিদ্যানিকেতন ৰাজগড়ৰ প্ৰতিবাদী ছাত্ৰ ছাত্ৰী সকলে CAAৰ বিৰোধিতা কৰি বিদ্যালয়ৰ চৌহদৰ পৰা 52 নং বি. ৰাষ্ট্ৰীয় ঘাইপথেৰে সমদল কৰি ৰাজগড় শ্বহীদ বেদী হৈ বিদ্যালয়ৰ চৌহদত এই প্ৰতিবাদী কাৰ্যসূচীৰ সামৰণি কৰে ৷

লগতে পঢ়ক - তেজপুৰত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৃষিমেলা

Intro:টিংখাঙত ৰাজপথত কণ কণ ছাত্ৰ ছাত্ৰী প্ৰতিবাদ - কা আমি নামানো ।

Body:টিংখাং- টিংখাঙৰ ৰাজগড়ৰ অন্যতম আগশাৰী শিক্ষানুষ্ঠান বিদ্যানিকেতন, ৰাজগড়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক সকলে ৰাজপথলৈ ওলাই নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে কোনো কাৰণতে কা আমি নামানো ধ্বনিৰে পৰিবেশ উত্তাল কৰি তুলে । দল সংগঠন সমূহে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ বিপৰীতে বিদ্যানিকেতন ৰাজগড়ৰ ছাত্ৰ ছাত্ৰী সকলে বিদ্যালয়ৰ চৌহদৰ পৰা ৫২ নং বি ৰাষ্ট্ৰীয় ঘাই পথেৰে সমদল কৰি ৰাজগড় ছহীদ বেদী হৈ পুনৰ বিদ্যালয়ৰ চৌহদত প্ৰতিবাদী কাৰ্যসূচীৰ সামৰণি পৰে -

Byte-

টিংখাঙৰ পৰা দীপক গগৈ।Conclusion:ঐ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.