ETV Bharat / state

কাহিলীপাৰা উচ্চ শিক্ষা সঞ্চালকালয়ত প্ৰতিবাদ ছাত্ৰ মুক্তিৰ - satra mukti sangram samiti

অসম চৰকাৰৰ শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷

ছাত্ৰ মুক্তিৰ প্ৰতিবাদ
author img

By

Published : Mar 17, 2019, 1:42 AM IST

গুৱাহাটী, 16 মাৰ্চঃ শনিবাৰে কাহিলীপাৰা উচ্চ শিক্ষা সঞ্চালকালয়ত প্ৰতিবাদ সাব্যস্ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৷ অসম চৰকাৰৰ শিক্ষা বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷

ছাত্ৰ মুক্তিৰ প্ৰতিবাদ
প্ৰতিবাদত সৰ্বানন্দ সোণোৱাল মুর্দাবাদ, সিদ্ধাৰ্থ মুখাৰ্জী মুর্দাবাদ ধ্বনিৰে উত্তাল কৰে কাহিলিপৰা উচ্চ শিক্ষা সঞ্চালকালয়৷ আনহাতে, মহাবিদ্যালয়ত শিক্ষকৰ খালি পদ সমূহ পূৰণ কৰাৰ দাবী উত্থাপন কৰে ছাত্ৰ মুক্তিয়ে ৷ এএইচই ত কাৰ্যালয়ত স্মাৰক বাতিল কৰাৰ উপৰিও বিনামূলীয়া নামভৰ্তিৰবাবে চৰকাৰে মহাবিদ্যালয় সমূহক দিবলগা আৰ্থিক সাহাৰ্য্য শীঘ্ৰে প্ৰদান কৰাৰো দাবী উত্থাপন কৰে সংগঠনটোৱে৷

Intro:ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ । প্ৰতিবাদ অসম চৰকাৰৰ শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে। কাহিলীপাৰা উচ্চ শিক্ষা সঞ্চালকায়ত প্ৰতিবাদ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ।

Body:সৰ্বানন্দ সোণোৱাল মূর্দাবাদ সিদ্ধাৰ্থ মুখাৰ্জী মূর্দাবাদ ধ্বনিৰ উত্তাল কাহিলিপৰা উচ্চ শিক্ষা সঞ্চালকায়ত।কলেজ শিক্ষকৰ খালি পদ সমূহ পূৰণ কৰাৰ দাবী লগতে নতুন শিক্ষকৰ পদজ তেওঁলোকৰ।
লগতে তেওঁলোকৰ দাবী
এ এইচ ই ত কাৰ্যালয়ৰ স্মাৰক বাতিল কৰা
বিনামূলীয়া নামভৰ্ত্তি বাবে চৰকাৰে মহাবিদ্যালয় সমূহক দিবলগা আৰ্থিক সাহাৰ্য্য অতিশীঘ্ৰে প্ৰদান কৰাৰ দাবীত প্ৰতিবাদ এনেদৰে।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.