ETV Bharat / state

বিশ্বনাথত জিলা প্ৰশাসনৰ উদ্যোগত নৱৰূপত স্বয়ম আঁচনিৰ শুভাৰম্ভ - বিশ্বনাথ জিলা প্ৰশাসন

বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত নৱৰূপত স্বয়ম আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ ৷ 940 টা গোটৰ 8,230 গৰাকী হিতাধিকাৰীক 50,00 টকাকৈ আৰ্থিক অনুদান প্ৰদান ৷ বিশ্বনাথ মহাবিদ্যালয়ৰ অগ্নিকবি কমলাকান্ত ভট্টাচার্য প্ৰেক্ষাগৃহত নৱৰূপত স্বয়ম আঁচনিৰ অধীনত আবেদন মঞ্জুৰ কৰা হিতাধিকাৰী সকলক অনুমোদন পত্ৰ প্ৰদান ৷

বিশ্বনাথত জিলা প্ৰশাসনৰ উদ্যানত নৱৰূপত স্বয়ম আঁচনিৰ শুভাৰম্ভ

author img

By

Published : Jan 21, 2021, 10:53 PM IST

বিশ্বনাথ, 21 জানুৱাৰী: বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত বৃহস্পতিবাৰে নৱৰূপত স্বয়ম আঁচনিৰ অধীনত আবেদন মঞ্জুৰ কৰা বিশ্বনাথ জিলাৰ হিতাধিকাৰী সকলক আনুষ্ঠানিকভাবে অনুমোদন পত্ৰ প্ৰদান কৰা হয় । বিশ্বনাথ মহাবিদ্যালয়ৰ অগ্নিকবি কমলাকান্ত ভট্টাচার্য প্ৰেক্ষাগৃহত অনুমোদন পত্ৰ প্ৰদান কৰা হয় ৷

940 টা গোটৰ 8,230 গৰাকী হিতাধিকাৰীক 50,00 টকাকৈ আৰ্থিক অনুদান প্ৰদান

উক্ত অনুষ্ঠানত মুঠ 940 টা গোটৰ 8,230 গৰাকী হিতাধিকাৰীক 50,00 টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰা হয় । উক্ত অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত দত্তৰ লগতে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, পণ্যাগাৰ নিগমৰ অধ্যক্ষ তথা বিশ্বনাথ জিলা বিজেপিৰ সভাপতি দিগন্ত ঘটোৱাৰ, জিলা উপাযুক্ত প্ৰণৱ কুমাৰ শৰ্মা, বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ চিন্তামণি শৰ্মা, অতিৰিক্ত উপায়ুক্ত কুলদ্বীপ হাজৰিকা উপস্থিত থাকি এই অনুমোদন পত্ৰ প্ৰদান কৰে ৷ বিশ্বনাথ জিলাৰ ভাৰপ্ৰাপ্ত তথ্য আৰু জনসংযোগ বিষয়া ট্ৰিনিলা তাইদে এই অনুষ্ঠানৰ আঁত ধৰে ৷

লগতে পঢ়ক:বিহালীত তীব্ৰবেগী বাছৰ খুন্দাত নিহত এজন ছাত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.