ETV Bharat / state

কলগাছিয়াত আল আমিন ইডুকেশ্বনৰ বিনামূলীয়া স্বাস্থ্য শিৱিৰ

author img

By

Published : Sep 2, 2019, 1:30 PM IST

বৰপেটাৰ কলগাছিয়াত আল আমিন ইডুকেশ্বন ন্যাসৰ উদ্যোগত আয়োজিত কৰা হয় বিনামূলীয়া স্বাস্থ্য শিৱিৰৰ ৷ স্বাস্থ্য শিৱিৰত অঞ্চলটোৰ বিভিন্ন ৰোগত আক্ৰান্ত কেইবা শতাধিক লোকক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হয় ৷

কলগাছিয়াত আল আমিন ইডুকেশ্বনৰ বিনামূলীয়া স্বাস্থ্য শিৱিৰ

কলগাছিয়া, 02 ছেপ্তেম্বৰ : সোমবাৰে বৰপেটা কলগাছিয়াৰ ছনপুৰা হাজী পাৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত কৰা হয় বিনামূলীয়া স্বাস্থ্য শিৱিৰৰ ৷ আল আমিন ইডুকেশ্বন ন্যাসৰ উদ্যোগত আয়োজিত বিনামূলীয়া স্বাস্থ্য শিবিৰত অঞ্চলটোৰ বিভিন্ন ৰোগত আক্ৰান্ত শতাধিক লোকক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হয় ৷ বিনামূলীয়া স্বাস্থ্য শিবিৰত উপস্থিত থাকে আল আমিন ইডুকেশ্বন ন্যাস পুঁজিৰ সভাপতি এম মোজাম্মিল হুছেইন,সম্পাদক ইছমাইল হুছেইন আৰু অৱসৰপ্ৰাপ্ত অধ্যাপক শ্বেৰমান আলীকে ধৰি অঞ্চলটোৰ কেইবাজনো জ্যেষ্ঠ ব্যক্তি ৷

Barpeta Free Health Camp in given by al-amain-Socitey

Intro:slug : as_jania_2sep_free_medical_camp_vis4+byt1+pho2_spl_story_asc10058Body:slug : as_jania_2sep_free_medical_camp_vis4+byt1+pho2_spl_story_asc10058

VO : কলগাছিয়াৰ ছনপুৰা হাজী পাৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগনত বাংগালোৰৰ আল আমিন ইডুকেশ্বন ছোছাইটীৰ উদ্যোগত আৰু কলগাছিয়া আল আমিন ন্যাস পূজিৰ সহযোগত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। উক্ত বিনামূলীয়া চিকিৎসা শিবিৰত এলেকাটোৰ বিভিন্ন ৰোগত আক্ৰান্ত কেইবা শতাধিক লোক উপস্থিত হয়। চিকিৎসা শিবিৰ অনুষ্ঠানটোত কলগাছিয়া শাখাৰ আল আমিন ন্যাস পূজিৰ সভাপতি এম মোজাম্মিল হুছেইন, সম্পাদক ইছমাইল হুছেইন আৰু অৱসৰপ্ৰাপ্ত অধ্যাপক ছোৰমান আলী প্ৰমুখ্যে কেবাজন লোক উপস্থিত থাকে।Conclusion:slug : as_jania_2sep_free_medical_camp_vis4+byt1+pho2_spl_story_asc10058

Byt: আল আমিন ন্যাস পূজিৰ সভাপতি এম মোজাম্মিল হুছেইন।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.