ETV Bharat / city

7 জুনত মেট্ৰিকৰ ৰিজাল্ট দিব ছেবাই - 7 জুনত মেট্ৰিকৰ ৰিজাল্ট দিব ছেবাই

অহা 7 জুনত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব ছেবাই (HSLC result to be declare on 7th June) ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে জনাইছে এই কথা ৷

HSLC result to be declare on 7th June
HSLC result to be declare on 7th June
author img

By

Published : Jun 3, 2022, 8:23 PM IST

নিউজ ডেস্ক, 3 জুন : অশেষ জল্পনা-কল্পনাৰ অন্ত পেলাই অহা 7 জুনত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব ছেবাই (HSLC result to be declare on 7th June) ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে জনাইছে এই কথা ৷

অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত 15 মাৰ্চৰ পৰা সৰ্বমুঠ 903 টা পৰীক্ষা কেন্দ্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাইমাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰা হয়(HSLC Examination in Assam) । মুঠ 903 টা পৰীক্ষা কেন্দ্ৰৰ ভিতৰত 131 টা অসম হাইমাদ্ৰাছা পৰীক্ষাৰ কেন্দ্ৰও সংলগ্ন হৈ আছিল ।

  • Results of High School Leaving Certificate examination will be announced on 7th June 2022

    — Himanta Biswa Sarma (@himantabiswa) June 3, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

এইবছৰ সৰ্বমুঠ 4,31,132 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত । হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয় মুঠ 4,19,887 গৰাকী পৰীক্ষাৰ্থী । ইয়াৰে ছাত্ৰৰ সংখ্যা সৰ্বমুঠ 1,95,181 গৰাকী আৰু ছাত্ৰীৰ সংখ্যা 2,24,706 গৰাকী ৷

আনহাতে, হাইমাদ্ৰাছা পৰীক্ষাৰ পৰীক্ষাৰ্থী সৰ্বমুঠ 11,245 গৰাকী । ইয়াৰ ভিতৰত ছাত্ৰৰ সংখ্যা 4,199 গৰাকী আৰু ছাত্ৰী হৈছে 7,046 গৰাকী ।

লগতে পঢ়ক : Gunotsav 2022: টীয়কত শিক্ষকৰ ৰূপত আৰক্ষী মহাপৰিদৰ্শক নিতুল গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.