ETV Bharat / bharat

জ্যোৰ্তিবিজ্ঞানৰ সন্দৰ্ভত ভাৰত-স্পেইনৰ মাজৰ বুজাবুজিৰ চুক্তিত অনুমোদন কেবিনেটৰ

author img

By

Published : Nov 5, 2020, 10:19 AM IST

জ্যোৰ্তিবিজ্ঞান খণ্ডত অধিক বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সহযোগিতাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰীয় কেবিনেটে ভাৰতীয় জ্যোৰ্তি-ভৌতিক বিজ্ঞান প্ৰতিষ্ঠান বেংগালুৰু আৰু Instituto de Astrofisica de Canarias তথা the GRANTECAN, S.A. (GTC), ফ্ৰান্সৰ মাজত এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে ৷

জ্যোৰ্তিবিজ্ঞানৰ সন্দৰ্ভত ভাৰত-স্পেইনৰ মাজৰ বুজাবুজিৰ চুক্তিত অনুমোদন কেবিনেটৰ
জ্যোৰ্তিবিজ্ঞানৰ সন্দৰ্ভত ভাৰত-স্পেইনৰ মাজৰ বুজাবুজিৰ চুক্তিত অনুমোদন কেবিনেটৰ

নিউজ ডেস্ক, 5 নৱেম্বৰ : ভাৰত আৰু ফ্ৰান্সৰ মাজত জ্যোৰ্তিবিজ্ঞানৰ বৈজ্ঞানিক তথা প্ৰযুক্তিগত বিকাশৰ বাবে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় ৷ বেংগালুৰুস্থিত Indian Institute of Astrophysics আৰু ফ্ৰান্সৰ Instituto de Astrofisica de Canarias (IAC) and the GRANTECAN, S.A. (GTC)ৰ মাজত এই চুক্তি স্বাক্ষৰিত হয় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বৰ কেন্দ্ৰীয় কেবিনেটে এই চুক্তিত অনুমোদন প্ৰদান কৰে ৷

কেন্দ্ৰীয় কেবিনেটে জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ পাইছে ৷ এই চুক্তিৰ অধীনত দুয়োখন দেশৰ মাজত সংশ্লিষ্ট বিষয়ত অধিক বৈজ্ঞানিক আদান-প্ৰদান,গৱেষণা,যুটীয়া প্ৰশিক্ষণ তথা যুটীয়া বৈজ্ঞানিক প্ৰকল্পৰ ওপৰত কাম কৰা হ'ব ৷ এই চু্ক্তিৰ অধীনত সকলোখিনি সুবিধা যোগ্য বিজ্ঞানী তথা গৱেষকসকলক প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে কেবিনেটে ৷ এইসমূহ প্ৰকল্পৰ ভিতৰত থাকিব খণ্ডিত টেলিস্কপ প্ৰযুক্তি তথা ৰব'টিক টেলিস্কপৰ বিকাশ আৰু অন্যান্য বৈজ্ঞানিক সহযোগিতা ৷

লগতে পঢ়ক : উত্তৰ-পূৱত অধিক বিনিয়োগৰ লক্ষ্য ইজৰাইলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.