ETV Bharat / bharat

ধাৰাৱি বস্তি অঞ্চলত COVID-19ত নতুনকৈ আক্ৰান্ত 94 জন, মৃত্যু দুজনৰ - মহাৰাষ্ট্ৰৰ বৃহানমুম্বাই পৌৰ নিগম

অতি ঘন বসতিৰ বস্তি অঞ্চল মুম্বাইৰ ধাৰাৱিত দেওবাৰে পঞ্জীকৃত কৰা হয় নতুনকৈ 94 টা COVID-19 কেচ । এলেকাটোত এতিয়ালৈ মুঠ 590 জন আক্ৰান্ত লোক পোৱা গৈছে ।

ধাৰাৱি বস্তি এলেকা
ধাৰাৱি বস্তি এলেকা
author img

By

Published : May 4, 2020, 9:46 AM IST

নিউজ ডেস্ক, 4 মে' : বৃহৎ বস্তি অঞ্চল ধাৰাৱিত দেওবাৰে 94 জন লোকৰ দেহত ধৰা পৰিল COVID-19 । আনহাতে মৃত্যু হ'ল 2 জন লোকৰ ।

এই বৃদ্ধিৰ ফলত বস্তি এলেকাটোত মুঠ আক্ৰান্তৰ সংখ্যা 590 হোৱাৰ লগতে মুঠ মৃত্যুৰ সংখ্যা 20 হ'ল ।

মহাৰাষ্ট্ৰৰ বৃহানমুম্বাই পৌৰ নিগমে অঞ্চলটোত সংক্ৰমণ ৰোধৰ বাবে অহৰহ চেষ্টা কৰিছে । কিন্তু বস্তি অঞ্চলটোৰ অত্যন্ত বেছি ঘনত্বৰ জনবসতিয়ে সমস্যাত পেলাইছে প্ৰশাসনক । উল্লেখ্য যে, ধাৰাৱিক ভাৰতৰ ভিতৰতে বৃহৎ বস্তি অঞ্চল বুলি গণ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.