অসম চুক্তিৰ 6 নং দফা প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল LIVE - CM Himanta Biswa Sarma

By ETV Bharat Assamese Team

Published : Sep 7, 2024, 4:30 PM IST

Updated : Sep 7, 2024, 5:02 PM IST

thumbnail
নিউজ ডেস্ক, 7 ছেপ্টেম্বৰ: দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ৷ অসম চুক্তিৰ ছয় নং দফা সন্দৰ্ভত সংবাদমেল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে দাখিল কৰা প্ৰতিবেদন কাৰ্যকৰীকৰণ সন্দৰ্ভত মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ ইয়াৰ 52 টা পৰামৰ্শ কাৰ্যকৰীকৰণ কৰা সন্দৰ্ভত বিভিন্ন দল-সংগঠনৰ সৈতে ৰাজ্য চৰকাৰে আলোচনা কৰিব ৷ ব’হাগ বিহুৰ পূৰ্বে ৰাজ্য চৰকাৰ আলোচনাত বহিব সদৌ অসম ছাত্ৰ সন্থাৰ সৈতেও ৷ উল্লেখ্য় যে, বিপ্লৱ কুমাৰ শৰ্মা আয়োগে তেওঁৰ প্ৰতিবেদনত সৰ্বমুঠ 67 টা পৰামৰ্শ আগবঢ়াইছে ৷ ইয়াৰে 5-6 টা পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ হ’লে সংবিধান সংশোধন কৰাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷
Last Updated : Sep 7, 2024, 5:02 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.