হোজাইত ৩৯৫ কোটি টকীয়া আঁচনি উদ্ধোধন-আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ - himanta biswa sarma

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 5:25 PM IST

হোজাই, ১৫ মাৰ্চ: অসমৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ 'মুখ্যমন্ত্ৰীৰ বিকাশ যাত্ৰা'ই আজি হোজাই জিলাক সামৰি লয় ৷ এই বিশেষ পদক্ষেপৰ অংশ হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাই হোজাই জিলাত ৩৯৫ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প ৰাইজলৈ উৎসৰ্গা কৰে ৷ ইয়াৰ বাবে আজি পুৱা হোজাইত উপস্থিত হৈ প্ৰথমে হোজাই চহৰৰ নতুন বজাৰ আৰু পুৰণা বজাৰ সংযোগী নৱনিৰ্মিত উৰণীয়া সেতু শুভ উদ্বোধন কৰে মুখ্যমন্ত্রীগৰাকীয়ে ।  

হোজাই চহৰৰ নতুন বজাৰ আৰু পুৰণা বজাৰ সংযোগী নৱ নিৰ্মিত উৰণীয়া সেতু শুভ উদ্বোধন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে এতিয়াৰে পৰা কিছু পৰিমাণে হ'লেও যানজঁটৰ সমস্য়া সমাধান হ'ব । প্ৰয়োজন হ'লে ইয়াত ষ্ট্ৰীটলাইটৰ ব্য়ৱস্থা কৰা হ'ব বুলি কয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক:কাম পেলাই ৰাখিলে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ভৰিব লাগিব জৰিমনা: মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.