মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল LIVE - LOK SABHA ELECTION 2024 - LOK SABHA ELECTION 2024
🎬 Watch Now: Feature Video
Published : May 6, 2024, 4:05 PM IST
|Updated : May 6, 2024, 4:37 PM IST
গুৱাহাটী, ৬ মে': অসমত তৃতীয় তথা অন্তিমটো পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে সোমবাৰে গুৱাহাটীৰ ৰাজ্যিক নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে সংবাদমেল সম্বোধন কৰে । অহা ৭ মে'ত অনুষ্ঠিত হ'ব অসমত অন্তিমটো পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ । গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তিমটো পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ।নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে আজি মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে সংবাদ মাধ্যমক অৱগত কৰে । উল্লেখ্য যে, অসমত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু ইতিমধ্যে চাৰিওখন জিলাৰ জিলা প্ৰশাসন সাজু হৈছে । পোলিং আৰু প্ৰিজাইডিং বিষয়াসকলে ইভিএম আৰু ভি ভি পেডলৈ লগতে অন্যান্য সা-সামগ্ৰীলৈ নিজ নিজ বুথলৈ ৰাওনা হৈছে ৷
Last Updated : May 6, 2024, 4:37 PM IST