অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ আজি দ্বিতীয় দিন LIVE - Assam Assembly autumn session

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 9:46 AM IST

Updated : Aug 27, 2024, 7:20 PM IST

thumbnail
অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি দ্বিতীয় দিন । অধিৱেশৰ কাৰ্যসূচী অনুসৰি আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত আছে প্ৰশ্নোত্তৰ, সদস্যৰ সময়, বে-চৰকাৰী সদস্যৰ কার্যসূচী ক্রমে বিধেয়কসমূহ, সংকল্প প্রস্তাৱসমূহ বিশেষ প্ৰস্তাৱ ইত্যাদি আৰু অন্যান্য চৰকাৰী কাৰ্যসূচী । অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ প্ৰথমদিনা স্মাৰ্ট মিটাৰক লৈ সদনৰ মজিয়া উত্তাল হৈ পৰে । স্মাৰ্ট মিটাৰক লৈ বিৰোধীয়ে সদন উত্তপ্ত কৰাৰ লগতে সদন ত্যাগ কৰে ৷ কংগ্ৰেছৰ বিধায়কসকলৰ লগতে এ আই ইউ ডি এফ, ৰ‌াইজৰ দল, চি পি আই এম এলৰ বিধায়কেও সদন ত্যাগ কৰি হাতে হাতে প্লে'-কাৰ্ড লৈ সদনৰ বাহিৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে  । পঞ্চদশ অসম বিধানসভাৰ ২০২৪ বৰ্ষৰ শৰৎকালীন অধিবেশন ৩০ আগষ্টত সামৰণি পৰিব ।
Last Updated : Aug 27, 2024, 7:20 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.