১৬ বছৰ অতিক্ৰম কৰিলে অভিশপ্ত ৩০ অক্টোবৰে । ২০০৮ চনৰ আজিৰ দিনটোৰ পৰাই বহু পৰিয়াললৈ নামি আহিছিল অন্ধকাৰ । ঘূৰি নাহিল আৰু প্ৰিয়জন । | Read More
Assam Today Live - News Updates: অসম Wed Oct 30 2024 শেহতীয়া খবৰ
Published : 4 hours ago
|Updated : 6 minutes ago
অভিশপ্ত ৩০ অক্টোবৰ: গণেশগুৰিত নাই কোনো চৰকাৰী শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
বিকল্পৰ সন্ধান মুখ্যমন্ত্ৰীৰ; দীঘলীপুখুৰীৰ পাৰৰ গছবোৰ নাকাটাকৈ উৰণ সেতু নিৰ্মাণৰ চিন্তা
Protest against cutting of trees: উৰণ সেতু নিৰ্মাণৰ বাবে চৰকাৰে দীঘলীপুখুৰীক ধ্বংস কৰাৰ পৰিকল্পনাৰ বিৰুদ্ধে প্ৰতিবাদত সুৰ সলালে মুখ্যমন্ত্ৰীয়ে । | Read More
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত হ’ব জাপানী ভাষাৰ শিক্ষাদান
এটা সুখবৰ । জাপানী ভাষা শিকিবলৈ জাপানলৈ যোৱাৰ প্ৰয়োজন নাই । অসমতে জাপানী ভাষা শিকি জাপানত চাকৰি কৰাৰ এক সুযোগ সৃষ্টি কৰা হৈছে । | Read More
পহিলা নৱেম্বৰৰ পৰা হাতীৰ পিঠিত উঠি কাজিৰঙা ফুৰিব পাৰিব পৰ্যটকে
১ নৱেম্বৰত মুকলি হ'ব কাজিৰঙাৰ হাতী ছাফাৰী ৷ দহটা হাতীয়ে পৰ্যটকক ৰাষ্ট্ৰীয় উদ্যান ফুৰাবলৈ সাজু হৈছে ৷ | Read More
তুলা ৰাশিৰ জাতকৰ আৰ্থিক লাভৰ সম্ভাৱনা...জনপ্ৰিয়তা বৃদ্ধি পাব এই ৰাশিৰ জাতকৰ...চাওক কি কয় আপোনাৰ ৰাশিচক্ৰই
কেনে যাব আপোনাৰ দিনটো ? কোন ৰাশিৰ জাতক-জাতিকাই এনে কি কাম কৰিলে পাব শুভফল ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল... | Read More