২৭ অক্টোবৰ অৰ্থাৎ দেওবাৰৰ ভিতৰত এই ধন পৰিশোধ কৰিব লাগিব বুলি সকীয়াই দিয়া হৈছে এই পত্ৰত ৷ | Read More
অসম নিউজ - Live Updates Sat Oct 26 2024: Assam Today’s Latest News
Published : Oct 26, 2024, 8:48 AM IST
|Updated : Oct 26, 2024, 10:33 PM IST
পুনৰ আলফা(স্বা)ৰ ধন দাবী আৰম্ভ: চিঠি আহিল বহুতলৈ
মৃৎশিল্পকে কৰ্ম হিচাপে লোৱা এখন বিশেষ গাঁও
আশাৰিকান্দি পাৰম্পৰিক মৃৎশিল্পৰ বাবে বিখ্যাত । গাঁৱৰ মুঠ ১৬০টা পৰিয়ালে পৰম্পৰাগতভাৱে পোৰা মাটিৰ পাত্ৰ আৰু টেৰাকোটা মৃৎশিল্পৰ লগত জড়িত হৈ আহিছে । | Read More
সংৰক্ষণ বিজ্ঞানী ড৹ বিভৱ তালুকদাৰক “দ্য হেৰী মেছেল” বঁটা প্ৰদান
সংৰক্ষণ বিজ্ঞানৰ ক্ষেত্ৰত আগবঢ়োৱা নিৰলস অৱদানৰ স্বীকৃতি স্বৰূপে ড৹ তালুকদাৰলৈ এই সন্মান ৷ | Read More
শৈশৱ বিচাৰি যোৰহাটৰ বাল্যভৱন বিদ্যালয়ত এগৰাকী আমেৰিকান
শিপাৰ সন্ধানত সাতসাগৰ তেৰ নদীৰ সিপাৰৰ পৰা আহি যোৰহাটৰ বাল্যভৱন বিদ্যালয়ত আমেৰিকাৰ কিম ডগছন । | Read More
দীপাৱলীত বিদ্যুৎ বিভাগে ঝাণ্ডি মুণ্ডা খেল পাতক ! এই আহ্বান কিয় কৃষক মুক্তিৰ ?
এ পি ডি চি এলৰ প্রি-দীপাৱলী উদযাপনক লৈ সৰৱ কৃষক মুক্তি । ৰাইজৰ ধৈৰ্যৰ বান্ধ ছিগাৰ আগতে এই অনুষ্ঠান বাতিলৰ বাবে কৃষক মুক্তিৰ আহ্বান । | Read More
পঞ্চভূতত বিলীন হ'ল বিস্ময়ৰ স্ৰষ্টা শশী ফুকনৰ নশ্বৰ দেহ
অসমীয়া সাহিত্য জগতৰ এটা যুগৰ অৱসান ঘটিল । পাঁচ দশকজোৰা আলোচনী-সাহিত্য যুগৰ সৃষ্টিকৰ্তা শশী ফুকনৰ নশ্বৰ দেহ পঞ্চভূতত বিলীন হ'ল । | Read More
এদল মহিলাক লগত লৈ এগৰাকী মহিলা আগুৱাই গৈছে এখন বিশেষ যুঁজত
তাঁতশালৰ জৰিয়তে নিজকে সংস্থাপিত কৰাৰ লগতে আন বহু মহিলাক সংস্থাপন দিছে তিনিচুকীয়াৰ ৰূপাই চাইডিঙৰ এগৰাকী মহিলাই ৷ তেওঁলোকৰ বাবে বজাৰৰো ব্যৱস্থা কৰিছে এইগৰাকী মহিলাই ৷ | Read More
কেৰালাৰ উপ-নিৰ্বাচনৰ গুৰু দায়িত্ব এগৰাকী অসমসন্তানৰ ওপৰত
প্ৰণৱজ্যোতি নাথ এগৰাকী জ্যেষ্ঠ তথা সুযোগ্য আই এ এছ বিষয়াই নহয় ৷ অসমীয়া কাব্য সাহিত্যৰো তেওঁ এটা পৰিচিত নাম ৷ | Read More
অসমত চাৰিলেনযুক্ত পথ নিৰ্মাণত চূড়ান্ত অৱেহেলা: বাৰম্বাৰ বৃদ্ধি সময়সীমা
বছৰ বছৰ ধৰি সম্পূৰ্ণ নহ'ল উজনি অসমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নীতকৰণ । একাধিকবাৰ সময়সীমা বৃদ্ধি । অতিষ্ঠ হৈ পৰিছে জনতা । | Read More
আতচবাজীৰ বজাৰত দপদপনি নলবাৰীৰ শতবৰ্ষীয় 'মা আইকণ'ৰ
ৰাজ্যত দীপাৱলীৰ বজাৰ দখল কৰিছে নলবাৰীৰ মা আইকণ উদ্যোগে পৰম্পৰাগতভাৱে নিৰ্মাণ কৰি অহা থলুৱা আতচবাজীয়ে । | Read More
তেজপুৰত উপস্থিত বায়ু সেনাৰ বায়ু বীৰ বিজেতা কাৰ ৰেলী
IAF car rally: বায়ুসেনাৰ ৯২ সংখ্যক বৰ্ষপূৰ্তি আৰু কাৰ্গিল বিজয়ৰ স্মৃতিত আয়োজন কৰা বায়ুসেনাৰ কাৰ ৰেলী শুকুৰবাৰে তেজপুৰত উপস্থিত হয় । | Read More
কৃত্ৰিম বুদ্ধিমত্তাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ১১২ নিযুত ভুৱা কল চিনাক্ত এয়াৰটেলৰ
এয়াৰটেলে ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগ কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ১১২ নিযুত সম্ভাব্য ভুৱা কল চিনাক্ত কৰিছে এয়াৰটেলে ৷ | Read More
ৰকিবুল পুত্ৰৰ বিৰুদ্ধে চামগুৰিত ১৩ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল
অন্ত পৰিল উপ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম সময় । আকৰ্ষণীয় চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনত ৰকিবুল পুত্ৰৰ বিৰুদ্ধে মনোনয়ন দাখিল আন ১৩ গৰাকী প্ৰাৰ্থীৰ । | Read More
তিনিচুকীয়াত ৪৭ টা কেন্দ্ৰত অৱতীৰ্ণ হ'ব ২৭৫৪০ গৰাকী প্ৰাৰ্থী
ADRE in Tinsukia :অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসনৰ তৎপৰতা ৷ | Read More
এক অজান দেশলৈ গুচি গ’ল বিস্ময় যুগৰ স্ৰষ্টা শশী ফুকন
অসমীয়া মাহেকীয়া আলোচনী বিস্ময়ৰ প্ৰতিষ্ঠাপক সম্পাদক শশী ফুকন আৰু নাই ৷ | Read More
স্বাস্থ্যৰ যত্ন লওক মীন ৰাশিৰ লোকে...জুই-পানীৰ পৰা আঁতৰত থাকক এই ৰাশিৰ লোক...চাওক কি কয় আপোনাৰ ৰাশিচক্ৰই
কেনে যাব আপোনাৰ দিনটো ? কোন ৰাশিৰ জাতক-জাতিকাই এনে কি কাম কৰিলে পাব শুভফল ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল ৷ | Read More