ETV Bharat / state

তুলা ৰাশিৰ জাতকৰ আৰ্থিক লাভৰ সম্ভাৱনা...জনপ্ৰিয়তা বৃদ্ধি পাব এই ৰাশিৰ জাতকৰ...চাওক কি কয় আপোনাৰ ৰাশিচক্ৰই

কেনে যাব আপোনাৰ দিনটো ? কোন ৰাশিৰ জাতক-জাতিকাই এনে কি কাম কৰিলে পাব শুভফল ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল...

Daily Horoscope For 30th October 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Oct 30, 2024, 12:35 AM IST

মেষ ৰাশি : দিনটো শুভ ৷ সন্তানৰ যতন লওক ৷ ভ্ৰমণ বাতিল কৰক ৷ সহকৰ্মীসকলৰ পৰা সহযোগিতা লাভ কৰিব ৷ সুখী অনুভৱ কৰিব ৷ দিনটো মানসিকভাৱে শান্তি লাভ কৰিব ৷ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব ৷ ব্যয় বৃদ্ধি ৷

বৃষ ৰাশি : খৰচ বৃদ্ধি ৷ মানসিক অশান্তি হʼব পাৰে ৷ নতুন কাৰ্মত লাভান্বিত হ’ব ৷ সৰু-সুৰা ভ্ৰমণত যাব পাৰে ৷ জনপ্ৰিয়তা বৃদ্ধি পাব ৷ শিক্ষাৰ্থীসকলৰ বাবে দিনটো কঠিন হ’ব পাৰে ৷

মিথুন ৰাশি : কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ যোগাসন আৰু ধ্যান কৰি মানসিক চিন্তাৰ পৰা পৰিত্ৰাণ পাব পাৰে ৷ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখক ৷ সন্তানৰ যতন লওক ৷

কৰ্কট ৰাশি : দিনটো মধ্যমীয়া ৷ স্বাস্থ্যৰ অৱনতি ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল হʼব ৷ স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখক ৷ ব্যয় সীমিত হ’ব ৷ অত্যধিক ব্যয়ে আৰ্থিকভাৱে জুৰুলা কৰিব পাৰে ৷ শিক্ষাৰ্থীসকলৰ বাবে দিনটো কঠিন হ’ব পাৰে ৷

সিংহ ৰাশি : দিনটো শুভ ৷ ন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব ৷ আয়-ব্যয় বৃদ্ধি ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব, সফল হʼব ৷ সহকৰ্মীসকলৰ পৰা সহযোগিতা লাভ কৰিব ৷ সুখী অনুভৱ কৰিব ৷ দিনটো মানসিকভাৱে শান্তি লাভ কৰিব ৷ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব ৷ ব্যয় বৃদ্ধি ৷

কন্যা ৰাশি : স্বাস্থ্যৰ যতন লওক ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল ৷ আবেলি প্ৰায় ভাল হʼব ৷ ধন-সম্পত্তিৰ পৰা অধিক আমদানি হʼব ৷

তুলা ৰাশি : প্ৰতিভাৰ সদ-ব্যৱহাৰ কৰক ৷ নিজৰ কলাৰ প্ৰতি প্ৰেম হʼব ৷ ভাগ্য প্ৰায় ভাল ৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ শাৰীৰিক অৱনতি ঘটিব পাৰে ৷ স্বাস্থ্যৰ যত্ন লওক ৷

বৃশ্চিক ৰাশি : খেলুৱৈ, অভিযন্তা সকলৰ বাবে শুভ দিন ৷ নিজৰ ভালৰ হকে চিন্তা কৰক ৷ লক্ষ্যত সফল হ’ব ৷

ধনু ৰাশি : আজি কোনো লাভ বা ক্ষতিৰ সম্ভাৱনা নাই ৷ বন্ধুৰ সৈতে সম্পৰ্ক উন্নত হ’ব ৷ প্ৰেমত শুভ ৷ শৰীৰৰ যতন লওক ৷

মকৰ ৰাশি : নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ ব্যৱসায় কৰিলে সফলতা লাভ হʼব ৷ শিক্ষার্থী সকলৰ বাবে উত্তম দিন ৷ শিক্ষাৰ্থী সকলৰ বাবে শুভ দিন ৷

কুম্ভ ৰাশি : দিনটো শুভ ৷ লক্ষ্যত সফল ৷ ব্যৱসায় বৃদ্ধি, লাভাৰ্জন ৷ বিবাহিত জীৱন সুখৰ ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ সৈতে সৰু ভ্ৰমণলৈ যাব পাৰে ৷ ৰাতিৰ খানা ভাল হʼব ৷

মীন ৰাশি : দিনটো প্ৰায় শুভ ৷ জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰক ৷ প্ৰেমত শুভ ৷ বন্ধুবৰ্গৰ সৈতে পাৰ্টি হ’ব পাৰে ৷ মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাৰ পৰা আঁতৰাই ৰাখক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.