ETV Bharat / state

জ্যোতিষশাস্ত্ৰ মতে কেনে যাব আজিৰ দিনটো... - DAILY HOROSCOPE

জ্যোতিষশাস্ত্ৰৰ মতে আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? দিনটোৰ ৰাশিফল পঢ়ো আহক...

Daily horoscope for 9th February 2025
জ্যোতিষশাস্ত্ৰ মতে কেনে যাব আজিৰ দিনটো... (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 9, 2025, 9:27 AM IST

  1. মেষ ৰাশি : আজিৰ দিনটো প্ৰায় ভাল ৷ সফলতা লাভ ৷ কৰ্ম-ব্যৱসায়ত সফল ৷ বিচাৰধাৰা আৰু আলোচনাৰ পৰা বহুত লাভ ৷ বিপদ-বিঘিনি আঁতৰ হʼব ৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হৈ থাকিব ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ প্ৰেমত শুভ ৷
  2. বৃষ ৰাশি : কর্মত প্ৰবল হেঁচাৰ সন্মুখীন হ’ব ৷ কৰিম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ বন্ধু আৰু প্ৰেমৰ সম্পর্কত থকা ব্যক্তিৰ লগত পাৰ্টী হʼব পাৰে ৷
  3. মিথুন ৰাশি : কর্ম ব্যৱসায়ত অধিক ব্যস্ত হʼব পাৰে ৷ কর্মত ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱন পৰিব ৷
  4. কৰ্কট ৰাশি : আৱেগৰ দ্বাৰা প্ৰভাৱিত হ'ব৷ কৰ্মত বেছি মনোযোগ দিব হʼব ৷ লক্ষ্য সফল ৷ কৰ্ম জীৱন ভাল বন্ধু লাভ ৷
  5. সিংহ ৰাশি : নিজৰ ওপৰত ভাৰসা ৰাখক, লক্ষ্যত সফল ৷ কৰ্ম-ব্যৱসায়ত সফল ৷ ব্যৱসায়ত লাভ ৷
  6. কন্যা ৰাশি : কর্ম ব্যস্ততা বৃদ্ধি ৷ ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷
  7. তুলা ৰাশি : কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ প্ৰেমত শুভ ৷ শান্ত হৈ কর্ম কৰক ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷
  8. বৃশ্চিক ৰাশি : দিনটো প্ৰায় ভাল ৷ কিন্তু মানসিক চিন্তাধাৰাৰে সৈতে যুঁজিব ৷ কিছু খেলিমেলি হʼব পাৰে ৷ কৰ্মক ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক ৷
  9. ধনু ৰাশি : ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ কর্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷
  10. মকৰ ৰাশি : ইফালৰ পৰা সিফালে বহু অআমন্ত্ৰিত পৰামর্শ পাব, কিন্তু সেই পৰামর্শবোৰ ভাল হʼব ৷ দিনটো কিছু খেলিমেলি হʼব পাৰে ৷ এলেহুৱা-নিৰুৎসাহিত অনুভৱ হ’ব পাৰে ৷ কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷
  11. কুম্ভ ৰাশি : আজি শিক্ষার্থীৰ বাবে ভাল দিন ৷ কঠোৰ পৰিশ্ৰমৰ ফল পাব ৷ আবেলি কার্য বন্ধ কৰি আৰাম কৰিব পাৰে ৷ জীৱনত ভাল বন্ধু লাভ ৷ প্ৰেমত শুভ ৷
  12. মীন ৰাশি : খং-ৰাগৰ প্ৰভাৱ জীৱনত পৰিব পাৰে ৷ হানিকাৰক আলোচনা নকৰিব ৷ পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷ শান্ত হৈ কর্ম কৰক ৷ কৰ্মক ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.