এইমছ গুৱাহাটীক বিভাগীয় বিশেজ্ঞক লৈ এখন মেডিকেল ব'ৰ্ড গঠন কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশ । | Read More
Assam Today Live - News Updates: অসম Tue Oct 29 2024 শেহতীয়া খবৰ - ASSAM NEWS TODAY TUE OCT 29 2024
![Assam Today Live - News Updates: অসম Tue Oct 29 2024 শেহতীয়া খবৰ Etv Bharat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-10-2024/1200-675-etv-bharat-assam-live-updates.jpg?imwidth=3840)
![Assam Live News Desk author img](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assamlivenewsdesk-1726823862.jpeg)
Published : Oct 29, 2024, 8:48 AM IST
|Updated : Oct 29, 2024, 10:36 PM IST
এইমছ গুৱাহাটীলৈ কি নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ ?
![ETV Bharat Live Updates](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-10-2024/1200-675-22790444-thumbnail-16x9-aiims-aspera.jpg)
মাটিৰ চাকি ডিজাইন কৰাত ব্যস্ত হৈ পৰিছে এদল দিব্যাংগ ছাত্ৰ-ছাত্ৰী
ৰাজ্যৰ চৌদিশে দীপাৱলীৰ ব্যাপক ব্যস্ততা । সমানে বৃদ্ধি পাইছে দীপাৱলীৰ উৎসাহ-উদ্দীপনা । দীপাৱলীক লৈ ব্যস্ত এদল দিব্যাংগ ছাত্ৰ-ছাত্ৰী । | Read More
![ETV Bharat Live Updates](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-10-2024/1200-675-22788308-thumbnail-16x9-ghy-aspera.jpg)
বৰপেটাৰোডত ৰাজ্যপাল: উদ্বোধন কৰিলে সৰোবৰ-ওলোমা সেতু
১.৫ কোটি টকা ব্যয় সাপেক্ষে বিষ্ণু-জ্যোতি সৰোবৰৰ চৌদিশে পকী দেৱাল নিৰ্মাণ কৰাৰ লগতে সেই দেৱালত আটকধুনীয়াকৈ বিভিন্ন ছবিও অংকন কৰা হৈছে । | Read More
![ETV Bharat Live Updates](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-10-2024/1200-675-22789868-thumbnail-16x9-assam.jpg)
হাতী ক'ৰবাতে থাকিল, গুলী গৈ লাগিল খেলি থকা কণমানি ছাত্ৰৰ ভৰিতহে
হাতী খেদিবলৈ যোৱা বন-বিষয়াৰ গুলী লাগিল ছাত্ৰৰ ভৰিত । নলবাৰীৰ ভদ্ৰবংগালত বন বিষয়াৰ গুলীত আহত ছাত্ৰক লৈ তীব্ৰ উত্তেজনা । | Read More
![ETV Bharat Live Updates](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-10-2024/1200-675-22789863-thumbnail-16x9-nalbari-aspera.jpg)
শিশু বিক্ৰী ঘটনাত একাংশ চিকিৎসক-ভিডিপি কৰ্মী জড়িত !
শিশু বিশেষজ্ঞ চিকিৎসকৰ ঘৰত উদ্ধাৰ বিক্ৰী হোৱা শিশুটি ৷ শিশু বিক্ৰী ঘটনাত একাংশ চিকিৎসক-ভিডিপি কৰ্মী জড়িত থকাৰ সন্দেহ ৷ গোচৰ পঞ্জীয়ন ৷ | Read More
![ETV Bharat Live Updates](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-10-2024/1200-675-22790131-thumbnail-16x9-assam.jpg)
দিলীপ নুনিচাৰ বিৰুদ্ধে থকা সকলো গোচৰ প্ৰত্যাহাৰ আদালতৰ
ডিমা হালম দাওগা (ডি এইচ ডি আৰু ডি এইচ ডি (জে)) উভয় গোটৰ সদস্যসকলৰ পুনঃসংস্থাপন দিয়াৰ আহ্বান ডি এইচ ডিৰ প্ৰাক্তন অধ্যক্ষ দিলীপ নুনিচাৰ । | Read More
![ETV Bharat Live Updates](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-10-2024/1200-675-22788816-thumbnail-16x9-dmj.jpg)
বৰ্তমান কোনে দিশে ধাৱমান সংবাদ মাধ্যম আৰু নৱপ্ৰজন্ম ?
কেৱল টি আৰ পিকেন্দ্ৰিক সংবাদ মাধ্যমে সমাজৰ বাবে কেনে বাৰ্তা বহন কৰিছে ? ধেমাজি গ্ৰন্থ উৎসৱত ‘সংবাদ মাধ্যম আৰু নৱপ্ৰজন্ম‘ শীৰ্ষক আলোচনাচক্ৰ ৷ | Read More
![ETV Bharat Live Updates](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-10-2024/1200-675-22788294-thumbnail-16x9-dmj.jpg)
অগ্নিক সাক্ষী কৰি ফটকা নুফুটুৱাৰ সংকল্প গঞাৰ
গহপুৰৰ ব্যতিক্ৰমী এখন গাঁও । প্ৰকৃতি প্ৰেমৰ অনন্য নিদৰ্শন গহপুৰৰ গোপালজাৰণি গাঁৱৰ ৰাইজৰ । | Read More
![ETV Bharat Live Updates](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-10-2024/1200-675-22787542-thumbnail-16x9-tzpur-aspera.jpg)
উন্নয়নৰ নমাত গছকটাৰ বিৰুদ্ধে সৰৱ গুৱাহাটীবাসী: দীঘলীপুখুৰীক সুৰক্ষাৰ দাবীত প্ৰতিবাদ
"মুখ্যমন্ত্ৰী মহোদয়, কটন কলেজৰ কথা মনত পেলাওক । কটন কলেজৰ সোঁৱৰণী ওলমি আছে এই গছকেইডালত, পানী কাউৰী, আবেলি আবেলি গোন্ধবোৰত ।" মাইনী মহন্ত । | Read More
![ETV Bharat Live Updates](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-10-2024/1200-675-22786750-thumbnail-16x9-01-ghy-aspera.jpg)
ৰাষ্ট্ৰীয় একতা দিৱসত দৌৰিলে সঞ্জয় কিষাণে
২০১৪ চনৰ পৰা উদযাপন কৰা ৰাষ্ট্ৰীয় একতা দিৱস এইবাৰ দুদিন আগতীয়াকৈ উদযাপন কৰা হয় ৷ | Read More
![ETV Bharat Live Updates](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-10-2024/1200-675-22786682-thumbnail-16x9-t-aspera.jpg)
ৰাষ্ট্ৰীয় একতা দিৱস; সৰুসজাইত ৰাষ্ট্ৰীয় একতা দৌৰ উদ্বোধন কৰি লৌহ মানৱক স্মৰণ সৰ্বানন্দ সোণোৱালৰ
ৰাষ্ট্ৰীয় একতা দিৱসৰ সৈতে সংগতি ৰাখি মহানগৰীত আয়োজন কৰা হয় 'একতাৰ দৌৰ' কাৰ্যসূচী । কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰে এই অনুষ্ঠান ৷ | Read More
![ETV Bharat Live Updates](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-10-2024/1200-675-22786453-thumbnail-16x9-01-sarba-aspera.jpg)
বৈদ্যুতিক সামগ্ৰীৰ পয়োভৰে বিপদ মাতিছে ক্ষুদ্ৰ মৃৎশিল্পীৰ জীৱন-জীৱিকালৈ
ৰং-বিৰঙী লাইট আৰু চাকিৰ প্ৰয়োভৰে বিপদ মাতিছে ক্ষুদ্ৰ মৃৎশিল্পীসকলৰ । তথাপিও দীপান্বিতাৰ পূৰ্বে বৃদ্ধি পাইছে কুমাৰসকলৰ ব্যস্ততা । | Read More
![ETV Bharat Live Updates](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-10-2024/1200-675-22785958-thumbnail-16x9-potter.jpg)
কেঁচাঘৰ বিহীন এখন অসম হ’ব ! মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে দিলে আশ্বাস
অসমত কেঁচা ঘৰ নোহোৱা কৰিব চৰকাৰে ! প্ৰধানমন্ত্ৰী আৱাস যোজনা ৰূপায়ণ সন্দৰ্ভত ব্য়াখ্য়া কৰিলে ৰণজিৎ কুমাৰ দাসে । | Read More
![ETV Bharat Live Updates](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-10-2024/1200-675-22785380-thumbnail-16x9-b-aspera.jpg)
দীপাংকৰ বৰ্মনৰ ওচৰত বিনিয়োগ কৰা ধন ঘূৰাই পাব নে বিনিয়োগকাৰীয়ে ! কি ক’লে ডিজিপিয়ে ?
Trading scam: ডি বি ষ্টক ব্ৰকিঙৰ স্বত্বাধিকাৰী দীপাংকৰক মঙলবাৰে গোৱাৰ পৰা গুৱাহাটীলৈ অনা হ'ব । এই সন্দৰ্ভত মন্তব্য প্ৰকাশ আৰক্ষী সঞ্চালক প্ৰধানৰ ৷ | Read More
![ETV Bharat Live Updates](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-10-2024/1200-675-22785368-thumbnail-16x9-dipankar-05-aspera.jpg)
ৰাষ্ট্ৰীয় একতাৰ হকে দৌৰিবলৈ কাজিৰঙাত পুৱাই ওলাই আহিল বহুজন
Sardar Vallabhbhai Patel: ৩১ অক্টোবৰত চৰ্দাৰ বল্লৱভাই পেটেলৰ জন্মদিনটো ৰাষ্ট্ৰীয় একতা দিৱস ৰূপে পালন কৰা হয় ৷ এইবাৰ 29 অক্টোবৰত পালন 'একতাৰ বাবে দৌৰ '। | Read More
![ETV Bharat Live Updates](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-10-2024/1200-675-22785097-thumbnail-16x9-j-aspera.jpg)
তিনিচুকীয়াত উত্তেজনা; মহিলা কৰ্মচাৰীয়ে মালিকৰ বিৰুদ্ধে তুলিলে ভয়ংকৰ অভিযোগ
কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষাক লৈ কঠোৰ আইন প্ৰণয়নৰ পিচতো যেন সুৰক্ষিত হোৱা নাই মহিলা । তিনিচুকীয়াৰ এটা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ | Read More
![ETV Bharat Live Updates](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-10-2024/1200-675-22784601-thumbnail-16x9-f-aspera.jpg)
ৰাজ্যত ডেংগুৰ ভয়ংকৰ ৰূপ; গুৱাহাটীৰ পাঁচটা অঞ্চলক ৰেড জ’ন ঘোষণা...সতৰ্কতা অৱলম্বন কৰিবলৈ ৰাইজক আহ্বান কৰ্তৃপক্ষৰ
Dengue Cases in Assam: পুনৰ ডেংগুৰ প্ৰাদুৰ্ভাৱ ৷ এইবাৰ গুৱাহাটী মহানগৰীৰ লগতে ডিমা হাছাওত তাণ্ডৱ । সতৰ্ক হ'বলৈ আহ্বান । | Read More
![ETV Bharat Live Updates](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-10-2024/1200-675-22784394-thumbnail-16x9-j-aspera.jpg)
স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে কৰ্কট ৰাশিৰ লোকৰ...আজি বিশেষ সাৱধানতা অৱলম্বন কৰক ধনু ৰাশিৰ লোকে...চাওক কি কয় আপোনাৰ ৰাশিচক্ৰই
কেনে যাব আপোনাৰ দিনটো ? কোন ৰাশিৰ জাতক-জাতিকাই এনে কি কাম কৰিলে পাব শুভফল ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল... | Read More
![ETV Bharat Live Updates](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-10-2024/1200-675-22777665-thumbnail-16x9-adads.jpg)