অসম সাহিত্য সভাৰ কাৰ্যত অতিষ্ঠ সাহিত্যপ্ৰেমী । সভাপতি নিৰ্বাচনক লৈ অসাহিত্য়িকৰ অভিযান ! | Read More
Sun Nov 10 2024 Assam News Live: অসমৰ শেহতীয়া বাতৰি
Published : Nov 10, 2024, 8:30 AM IST
|Updated : Nov 10, 2024, 10:42 PM IST
সভাপতিৰ তালিকাত মোৰ নাম অন্তৰ্ভুক্ত কৰি বদনাম কৰিছে: ক্ষোভেৰে ক'লে ড৹ নাহেন্দ্ৰ পাদুনে
পৰীক্ষা দিলেও চাকৰিৰ বাবে ছমাহ সময় অপেক্ষা কৰিব লাগিব ৰাজ্যৰ নিবনুৱাই !
ছেপ্টেম্বৰ আৰু অক্টোবৰত নিযুক্তিৰ বাবে পৰীক্ষাত বহাৰ পাছতো অহা ১০ মে'লৈ অপেক্ষা কৰিব লাগিব লাখ লাখ পৰীক্ষাৰ্থীয়ে । | Read More
নিৰ্বাচন নহয় যেন কুৰুক্ষেত্ৰৰ ৰণহে ! অনশনত বহিল ৰকিবুল হুছেইনসহ কংগ্ৰেছী নেতা; বিজেপিৰো প্ৰতিবাদ
তানজিল হুছেইনক হত্যা কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই । অভিযোগ ৰকিবুল হুছেইনৰ ৷ মুখ্যমন্ত্ৰীক কি আহ্বান তানজিলৰ ? | Read More
নিৰ্বাচনী হিংসাত উত্তপ্ত চামগুৰি; ৰকিবুল হুছেইনক গ্ৰেপ্তাৰৰ দাবী ভৱেশ কলিতাৰ
চামগুৰি সমষ্টিৰ নিৰ্বাচনী হিংসাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য ভৱেশ কলিতাৰ । ৰকিবুল হুছেইনক উভতি ধৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । | Read More
অসমীয়া ভাষা চিৰকাল ৰাজ্যভাষা হৈ থাকিব নে: আছুৰ সভাপতি উৎপল শৰ্মাৰ প্ৰশ্ন
অসমীয়া ভাষাটোৰ সুৰক্ষিত ভৱিষ্যতক লৈ কিছু পৰিমাণে উদ্বিগ্ন আছু । অসমত অসমীয়া ভাষাটো চিৰকালৰ বাবে ৰাজ্যভাষা হৈ থাকিব নে নাথাকিব বুলি প্ৰশ্ন আছুৰ সভাপতিৰ । | Read More
মোৰ জাতি-ভাইক দম নিদিব; কাক উদ্দেশ্যি এনেদৰে ক'লে ৰেকিবুদ্দিন আহমেদে ?
ধলাইত কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ ৰেকিবুদ্দিন আহমেদৰ ৷ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক তীব্ৰ কটাক্ষ কংগ্ৰেছ নেতাগৰাকীৰ ৷ | Read More
কুকুৰে মুখত লৈ আহিলে নৱজাতকৰ দেহৰ আধা অংশ; কোনে হত্যা কৰি পুতিছিল গাঁতত ?
কুকুৰে মুখত কঢ়িয়াই অনা শিশুৰ দেহক লৈ চাঞ্চল্য ৷ গাঁতত পুতি থোৱা হৈছিল শিশুটি ৷ সম্পূৰ্ণ ঘটনা জানিলে হ’ব আচৰিত... | Read More
জুৱেল ওৰামৰ মন্তব্যত ক্ষোভত জ্বলিছে মৰাণ সংগঠন, প্ৰতিবাদৰ মাজতে জ্বলিল
ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ পুনৰ উত্তাল তিনিচুকীয়া । প্ৰতিবাদকাৰীয়ে কৰিলে পথ অৱৰোধ । | Read More
গণতান্ত্ৰিক প্ৰক্ৰিয়াটোক ভেঙুচালি বা ক্ষতিগ্ৰস্ত কৰিবলৈ নিদিওঁ : মুখ্যমন্ত্রী
উত্তপ্ত চামগুৰি, উদ্বিগ্ন মুখ্যমন্ত্ৰী । সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া । গণতান্ত্ৰিক ব্যৱস্থাক গণতান্ত্ৰিক প্ৰক্ৰিয়াক ক্ষতিগ্ৰস্ত হ'বলৈ নিদিয়াৰ হুংকাৰ । | Read More
ছবি আঁকি প্ৰতিবাদ কৰি ৰোষত পৰিল চিত্ৰশিল্পী
ভৰলুত গছ কটাৰ বিৰুদ্ধে চিত্ৰ অংকন কৰি আটক হ'ল চিত্ৰশিল্পীসহ তিনি যুৱক । ভৰলুমুখ আৰক্ষী থানাত বন্ধ কৰা হ’ল সাধাৰণ লোকৰ প্ৰৱেশ । | Read More
সোমবাৰে তিনিচুকীয়া জাৰি ১৬৩ ধাৰা
তিনিচুকীয়াত জনজাতিকৰণৰ দাবীত সাব্যস্ত কৰা প্ৰতিবাদৰ পাছতে কঠোৰ জিলা প্ৰশাসন । সোমবাৰে ঘোষণা কৰা বন্ধৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশনা জিলা প্ৰশাসনৰ, ১৬৩ ধাৰা জাৰি । | Read More
শৰতৰ পূৰ্ণিমাত ৰাসলীলা কৰিবলৈ সাজু ৰাজ্যৰ গোপিনী
শ্ৰীকৃষ্ণৰ ৰাসলীলাক লৈ ৰাজ্যৰ চৌদিশে উখল-মাখল পৰিৱেশ । সত্ৰনগৰীৰ সমান্তৰালভাৱে চিলাপথাৰ আদিতো ব্যাপকভাৱে আয়োজন কৰা হৈছে মহাৰাসৰ । | Read More
অনলাইন ট্ৰেডিং কেলেংকাৰী; তেজপুৰত CBI ৰ তালাচী
Online Trading scam: অনলাইন ট্ৰেডিং কেলেংকাৰী গোচৰৰ তদন্ত কৰি থকা CBI-এ তেজপুৰত বিভিন্ন নথিপত্ৰ সংগ্ৰহ কৰে আৰু তালাচীও চলায় । | Read More
বানে ধোৱা খোৱাঙত নাই ৰাসৰ আনন্দ
আহাৰমহীয়া বানে কাঢ়ি লৈ গ'ল সপোন । বানে ধোৱা খোৱাঙত এইবাৰ অনুষ্ঠিত নহয় ৰাস । পৰম্পৰাগত ৰাস অনুষ্ঠিত কৰিব নোৱাৰি আবেগিক ৰাইজ । | Read More
প্ৰকৃততে কোনে চলাইছিল গুলী ?
নিৰ্বাচনক কেন্দ্ৰ কৰি অধিক উত্তপ্ত চামগুৰি । চূড়ান্ত ৰূপ পাইছে চামগুৰিৰ নিৰ্বাচনী হিংসাই । এইবাৰ সংঘটিত গুলীচালনাৰ ঘটনা । সাংবাদিকো বলি হৈছে আক্ৰমণৰ । | Read More
সাৱধান ! বিগত ৯মাহত প্ৰতিকূল বতৰৰ বাবে অসমত ২০০ৰো অধিক লোকৰ মৃত্যু
CSE ৰ প্ৰতিবেদনত অসমত জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক তথ্য পোহৰলৈ আহিছে ৷ বিগত ন মাহত অতি প্ৰতিকূল বতৰত অসমত প্ৰাণ হেৰুৱাইছে দুই শতাধিক লোকে ৷ | Read More
প্ৰসংগ স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তি : মুখ্যমন্ত্ৰীলৈ প্ৰদেশ কংগ্ৰেছৰ প্ৰশ্ন
গুৱাহাটীত স্থাপন হ’বনে স্বাধীনতা সংগ্ৰামী বাবু ছবিলাল উপাধ্যায় প্ৰতিমূৰ্তি ? এই সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ প্ৰদেশ কংগ্ৰেছৰ প্ৰশ্ন ৷ | Read More
আপোনাৰ সপ্তাহটোৰ ৰাশিফল
কেনে যাব আপোনাৰ এই সপ্তাহটো ? জানিবলৈ পঢ়ক আপোনাৰ সপ্তাহটোৰ ৰাশিফল- | Read More
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
কেনে যাব আপোনাৰ দিনটো ? আৰ্থিক দিশত, ব্যৱসায়, শিক্ষা, প্ৰেমৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব সকলো ৰাশিৰ জাতক-জাতিকাই ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল... | Read More
শীঘ্ৰেই বিদ্যুৎ উৎপাদন হ’ব গেৰুকামুখৰ বৃহৎ নদীবান্ধত
সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ২০২৫ ৰ মাৰ্চত প্ৰথমে হ’ব ৭৫০ মেগাৱাট বিদ্যুৎ উৎপাদন ৷ ২০২৬ৰ মাৰ্চত হ’ব ২০০০ মেগাৱাট উৎপাদন । | Read More