শিলচৰত বাংলা সাহিত্য সভা অনুষ্ঠিত কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ নগেন শইকীয়াৰ । | Read More
Live Assam News: Fri Nov 22 2024 অসমৰ শেহতীয়া খবৰ - ASSAM NEWS TODAY FRI NOV 22 2024
Published : Nov 22, 2024, 8:30 AM IST
|Updated : Nov 22, 2024, 8:45 PM IST
কোনোবাই যদি নিজৰ ভাষাত সাহিত্য চৰ্চা কৰিব বিচাৰে তাক বিৰোধিতা কৰিব নোৱাৰি: ড৹ নগেন শইকীয়া
এয়া যে উত্তৰ প্ৰজন্মক শিপাৰ সৈতে পৰিচয় কৰাই দিয়াৰ এক অভিনৱ প্ৰয়াস
শিপাৰ সন্ধানত এজাক কণ কণ শিক্ষাৰ্থী । দাঙি ধৰিলে নিভাঁজ অসমীয়া চহা গ্ৰাম্য জীৱনৰ প্ৰতিচ্ছবি । | Read More
বহিঃৰাজ্যত পত্নীক লগ কৰিবলৈ যোৱা আদিবাসী ছাত্ৰ নেতা সন্ধানহীন
Dibrugarh missing case : অন্ধপ্ৰদেশত সন্ধানহীন আদিবাসী ছাত্ৰ সন্থাৰ বামুণবাৰী আঞ্চলিক সমিতিৰ সভাপতি । | Read More
বিজেপিক উৎখাত কৰাৰ হুংকাৰ চুতীয়া জাতি যুৱ সন্মিলনৰ
Demand for Tribalization : চুতীয়াৰ লগতে ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান নকৰিলে পৰিণাম হ'ব বিষম । সকীয়ালে প্ৰতিবাদকাৰীয়ে । | Read More
ৰাজ্যত নিবনুৱাৰ হাৰ বৃদ্ধিৰ উদ্বেগজনক ছবি; দেশৰ নিবনুৱাৰ সংখ্যা বৃদ্ধিত চাৰি নম্বৰ স্থানত অসম
অসমে নিৱনুৱা বৃদ্ধিৰ ক্ষেত্ৰত প্ৰথম পাঁচখন ৰাজ্যৰ ভিতৰত স্থান পাইছে । অসমত নগৰাঞ্চলত ব্যাপক হাৰত কাম বিচাৰি কাম নোপোৱা নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে । | Read More
জিৰিবামত অপহৃত মেইটেই সম্প্ৰদায়ৰ শিশু-মহিলাসহ ৯ টা মৃতদেহ চমজি ল'লে পৰিয়ালৰ সদস্যই
৯ টাকৈ মৃতদেহ চমজি ল'লে মেইটেই লোকসকলে। ১১ নৱেম্বৰত মণিপুৰৰ জিৰিবামৰ জাকুৰাডহৰৰ পৰা ৬ গৰাকী মেইটেই শিশু-মহিলাক অপহৰণ কৰিছিল কুকি উগ্ৰপন্থীয়ে । | Read More
পঢ়াৰ বোজা সহ্য কৰিব নোৱাৰি চৰমপন্থা ল'লে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰই
Jorhat Suicide Case : এজন ফুলকুমলীয়া ছাত্ৰই কিয় ল'লে জীৱনৰ চৰম সিদ্ধান্ত ? হতাশা নে অধিক চাপৰ বাবে কৰিলে আত্মহত্য়া ? | Read More
৫ কুইন্টল ওজনৰ ৮ ফুট উচ্চতাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি
লাচিত দিৱসত চতিয়াত স্থাপন কৰা হ'ব লাচিত বৰফুকনৰ ৫ কুইন্টল ওজনৰ ৮ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি । শুকুৰবাৰে বিশাল শোভাযাত্ৰাৰে লৈ অনা হয় প্ৰতিমূৰ্তিভাগ । | Read More
৪০২ সংখ্যক কেন্দ্ৰীয় লাচিত দিৱসৰ প্ৰস্তুতি তুংগত
Lachit Day:পানীতোলা গ্ৰাণ্ট মজলীয়া বিদ্যালয় খেলপথাৰত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অনুষ্ঠিত হ'ব কেন্দ্ৰীয় লাচিত দিৱস । | Read More
বিদ্যালয়লৈ ওলাই গৈ কোনোদিনেই উভতি নহাৰ বাটেৰে গুচি গ’ল পিতৃ-কন্যা
বঙাইগাঁও জিলাৰ তালগুৰীৰ নিত্যবজাৰস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা । পথৰ কাষতে পৰি ৰ'ল হেলমেট, বাইকসহ পিতৃ-কন্যাৰ নিথৰ দেহ । | Read More
অসমতো আছে গৌতম আদানীৰ কেলেংকাৰি ! তথ্য উদঙালে ভূপেন বৰাই
অসমত গৌতম আদানীৰ কি কেলেংকাৰি আছে ? ক'লে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ লগতে তেওঁ হিমন্ত বিশ্ব শৰ্মাক পাৰ্ট টাইম মুখ্যমন্ত্ৰী বুলিও কটাক্ষ কৰে৷ | Read More
কংক্ৰিকটমুখী প্ৰতিযোগিতাত নলবাৰী জিলাৰ শেষৰটো খেৰী ঘৰ
আধুনিকতাৰ ধামখুমীয়াত হেৰাই যোৱা খেৰী ঘৰ আজিও যেন সজীৱ । নলবাৰীৰ হামলাকুৰৰ জিয়াৰ আলীৰ পৰিয়ালটোৱে আজিৰ দশকতো এনে এক খেৰী ঘৰতেই কটাইছে জীৱন । | Read More
আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টলৈ আহি তেজপুৰত কি কি পৰ্যটনস্থলী পৰিদৰ্শন কৰিব ?
আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টৰ জৰিয়তে দেশ-বিদেশৰ পৰ্যটকক আকৰ্ষণীয় ঠাইসমূহ ভ্ৰমণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । তেজপুৰ আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যান বিশেষ আকৰ্ষণীয় স্থান । | Read More
হঠাৎ সলনি হৈছে ব্ৰহ্মপুত্ৰৰ পানীৰ বৰণ ! তাকে দেখি চিন্তাত ৰাইজ
সাৱধান নৈপৰীয়া লোকসকল ৷ মাজুলীত বুঢ়া লুইতৰ পানী ঘোলা হৈছে ৷ | Read More
গোলাঘাটৰ ৰংবঙত আঘাতপ্ৰাপ্ত বন্যহস্তী; চিকিৎসা প্ৰদানৰ চেষ্টা ব্যৰ্থ
ভৰিত থকা আঘাতৰ যন্ত্ৰণাত দুৰ্বল হৈ পৰিছে হাতীটো ৷ হাতীটো কোনো দুৰ্বৃত্তই বন্দুকেৰে আঘাত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ | Read More
নুনু কৰ্মকাৰক সন্তোষ কুমাৰ তপ্প স্মাৰক বঁটা
গোলাঘাটত সমাজহিতৈষী সন্তোষ কুমাৰ তপ্পৰ ৩০সংখ্যক মৃত্যু বাৰ্ষিকী আৰু ১৬সংখ্যক বাৰ্ষিক বক্তৃতা অনুষ্ঠান ৷ নুনু কৰ্মকাৰক সন্তোষ কুমাৰ তপ্প স্মাৰক বঁটা প্ৰদান । | Read More
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
কেনে যাব আপোনাৰ দিনটো ? আৰ্থিক দিশত, ব্যৱসায়, শিক্ষা, প্ৰেমৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব সকলো ৰাশিৰ জাতক-জাতিকাই ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল... | Read More
জীৱশ্ৰেষ্ঠৰ নৃশংসতাত চিৰদিনলৈ দৃষ্টি হেৰুৱালে বনৰজাই
এজাক উন্মাদ লোকৰ আক্ৰমণত দৃষ্টি শক্তি হেৰুৱালে প্ৰায় 3 বছৰীয়া ঢেকীয়াপতীয়াটোৱে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে 6 টাকৈ আক্ৰমণকাৰীক ৷ | Read More
প্ৰায় ২০ টা ৰাউণ্ডত অনুষ্ঠিত হ'ব চিদলী উপ-নিৰ্বাচনৰ ভোটগণনা
চিদলী সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা শনিবাৰে অনুষ্ঠিত হ'ব । ভোটগণনা বিষয়াসহ সকলো বিষয়া-কৰ্মচাৰী সাজু । | Read More
লাচিত দিৱসৰ নামত ধন দাবী কৰি নিলম্বিত বীৰ লাচিত সেনাৰ 4 জন নেতা
বীৰ লাচিত সেনাৰ নাহৰকটীয়া আঞ্চলিক সমিতিৰ সভাপতি, মুখ্য সচিবসহ চাৰিজনক নিলম্বন ৷ ধন দাবীৰ বিৰুদ্ধে নাহৰকটীয়া ব্যৱসায়িক সন্থাই প্ৰতিবাদ কৰা পাচতে এই সিদ্ধান্ত সংগঠনটোৰ ৷ | Read More
মণিপুৰৰ হিংসাৰ জুয়ে যাতে নজ্বলাই অসম; সীমান্তত চোকা দৃষ্টি
অসম-মণিপুৰ সীমান্তত কাছাৰ আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা । সীমান্তৰ শান্তি-সম্প্ৰতি বজায় ৰখাৰ লক্ষ্যৰে জিৰিবামৰ আৰক্ষী অধীক্ষকৰ লগত বৈঠক কাছাৰৰ আৰক্ষী অধীক্ষকৰ । | Read More
পঞ্চায়ত নিৰ্বাচনত মিত্রতাৰ ক্ষেত্রত বহুত জটিলতা আছে: ভূপেন বৰা
শীঘ্ৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ চৰকাৰক আহ্বান অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ । | Read More
দক্ষিণ-পূব এছিয়াৰ বাবে উত্তৰ-পূৰ্বাঞ্চল কিয় গুৰুত্বপূৰ্ণ ?
গুৱাহাটীত অনুষ্ঠিত হৈছে তৃতীয় উত্তৰ-পূব ৰপ্তানি প্ৰচাৰমূলক সভা । য'ত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকে । | Read More