আতংকৰ সৃষ্টি কৰা বনৰজা এতিয়া লেবেজান । সমুখত চিকাৰ দেখিও শুই পৰিছে ঢেকীয়াপতীয়া । | Read More
অসম নিউজ - Live Updates Wed Nov 20 2024: Assam Today’s Latest News - ASSAM NEWS TODAY WED NOV 20 2024
Published : Nov 20, 2024, 8:30 AM IST
|Updated : Nov 20, 2024, 11:09 PM IST
ভাগৰি-জুগৰি শুই পৰিল বনৰজা
নাম-ইতিহাস সলনি কৰাৰ বিজেপিৰ প্ৰৱণতাক নকল কৰিছে মুখ্যমন্ত্রীয়ে: আছু
জিলাখনৰ নাম সলনি কৰাৰ লগে লগে জিলাখনৰ ৰাইজে ৰন্ধন গেছ ৪০০ টকাত পাব নেকি ? প্ৰশ্ন সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ ৷ | Read More
ডিব্ৰুগড় জিলাত সংঘটিত হয় সৰ্বাধিক বাল্যবিবাহ: নাহিদ আফ্ৰিন
গুৱাহাটীত অনুষ্ঠিত বিশ্ব শিশু দিৱসৰ কাৰ্যসূচীত ইউনিচেফৰ যুৱ এডভোকেট নাহিদ আফ্ৰিন । বাল্যবিবাহৰ প্ৰসংগত সৰৱ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী । | Read More
গুৱাহাটীত ২৭ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰীলৈ অসম গ্ৰন্থমেলা
শীত মানেই গ্ৰন্থৰ বতৰ... ! শীত মানেই গ্ৰন্থৰ সুৱাসত মতলীয়া হোৱাৰ বতৰ... ! চানমাৰিৰ পৰিৱৰ্তে এইবাৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত হ'ব অসম গ্ৰন্থমেলা ৷ | Read More
দীঘলীপুখুৰী-নুনমাটি সংযোগী উৰণ সেতুৰ নিৰ্মাণ বন্ধ কৰক: দাবী দেবব্রত শইকীয়াৰ
গুৱাহাটীৰ দীঘলীপুখুৰী-নুনমাটি সংযোগী উৰণ সেতুৰ নিৰ্মাণকাৰ্য বন্ধ ৰখাৰ দাবীত অসমৰ মুখ্য সচিবলৈ বুধবাৰে এখন গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ | Read More
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ বিক্ষোভ
অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজ্যজুৰি যোগানমন্ত্ৰী তথা চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী আছুৰ । | Read More
শনিবাৰ-দেওবাৰৰ নিশা গুৱাহাটীৰ মাজেৰে যাব নোৱাৰি: আৰক্ষী আয়ুক্ত
ব্যৱসায় বৃদ্ধি কৰিবলৈ যাওঁতে যাতে কাৰো অপকাৰ নহয় তাৰ প্ৰতি গুৰুত্ব দিবলৈ সকীয়নি ৷ | Read More
উদ্ধাৰকাৰীক গুৰিয়াই নাৱৰ পৰা পেলোৱা অমৃশ ধৰা পৰিল
নাৱত উঠোতে এজন লোকক গোৰ মাৰি পানীত পেলোৱা অমৃশ মিপুন তিনিচুকীয়া আৰক্ষীৰ জিম্মাত । চাৰিদিনে সন্ধান নাই নিখোঁজ মনোজ প্ৰায়াৰ । | Read More
ঘৰুৱা হিংসাৰ পৰা ৰক্ষা পাবলৈ ফোন কৰিব পাৰিব হেল্পলাইন নম্বৰত
ঘৰুৱা হিংসাৰ বলি হৈছে নেকি ? ঘৰুৱা হিংসাৰ ভুক্তভোগীৰ বাবে হেল্পলাইন নম্বৰ মুকলি । | Read More
তিনিচুকীয়াত তেল চুৰি কৰা ডাম্পাৰ বিস্ফোৰিত হৈ নিহত এজন, আহত ২
'পুষ্পা' ছবিৰ কায়দাৰে তেল চুৰি কৰা এখন ডাম্পাৰত কাম কৰি থকাৰ সময়ত বিস্ফোৰণ হৈ থিতাতে মৃত্যু হয় এগৰাকী ৱেল্ডিং মিস্ত্ৰীৰ ৷ | Read More
এইবাৰ আঘোণ সোণোৱালী নহ'ল খোৱাঙৰ কৃষকৰ
আঘোণৰ পথাৰলৈ চাই চকুলো টুকিছে কৃষকে । খোৱাঙৰ দলনিকুৰত নাই আঘোণৰ মাদকতা । চৰহা পোকে সকলো সপোন কাঢ়ি নিলে কৃষক ৰাইজৰ । | Read More
জানুৱাৰীৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন
অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাক লগত লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে পৰিদৰ্শন কৰে বৰাগাঁৱত নিৰ্মীয়মাণ শ্বহীদ স্মাৰক উদ্যান । | Read More
অসমক ধৰুৱা কৰি ঝাৰখণ্ডক এক নম্বৰ ৰাজ্য বনাবলৈ গৈছে মুখ্যমন্ত্রীয়ে: অখিল গগৈ
জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত লখিমপুৰত অখিল গগৈৰ নেতৃত্বত মানৱ শৃংখল । লোক নিৰ্মাণৰ বিভাগীয় মুখ্য কাৰ্যালয় ঘেৰাও কৰাৰ হুংকাৰ । | Read More
গোড়ামি-ৰক্ষণশীলতাৰ সীমা চেৰালে: থিয়েটাৰৰ মঞ্চ উদ্বোধন কৰাৰ বাবেই এঘৰীয়া
এইখন অসমতে এতিয়াও অব্যাহত আছে সামাজিক গোড়ামি তথা ৰক্ষণশীলতা । শুৱালকুছিত থিয়েটাৰ চোৱাটোৱেই অপৰাধ হ'ল তিনিটা পৰিয়ালৰ । | Read More
ৰাজকাৰেং সংৰক্ষণৰ দাবীত যোৰহাটত প্ৰতিবাদ
আহোমৰ শেষ ৰাজধানী যোৰহাটৰ ৰাজকাৰেঙৰ ভূমি সংৰক্ষণৰ দাবীত টাই আহোম সংগঠনৰ প্ৰতিবাদ । | Read More
বন্যহস্তীয়ে এতিয়া আৰু আগৰ দৰে মানুহক ভয় নকৰা হৈছে
একাংশ উদণ্ড যুৱকৰ অতপালিৰ বাবেও হাতী-মানুহৰ সংঘাত বৃদ্ধি পাইছে । | Read More
এজন মানুহ আৰু এখন নৈ ! প্ৰকৃতিয়ে দিয়া নহয়, নিজে খান্দি উলিওৱা
নিজা চেষ্টাত খান্দি উলিওৱা নৈ সদৃশ চেনেলত পালন কৰিছে বিপদাপন্ন প্ৰজাতিৰ থলুৱা মাছ । | Read More
এজাক কুকুৰৰ আক্ৰমণত প্ৰাণ হেৰুৱালে বাটৰুৱাই
ওৰে নিশা অসহায় অৱস্থাত যন্ত্ৰণাত চটফটাই থাকিল কুকুৰৰ আক্ৰমণত আহত লোকজনে । | Read More
বহিঃৰাজ্যলৈ বাঁহ সৰবৰাহে উদ্বিগ্নতা বঢ়াইছে প্ৰকৃতিপ্ৰেমীৰ
মুৰ্কংচেলেকত জোনাইৰ লগতে অৰুণাচল প্ৰদেশৰৰ পৰা হাজাৰ হাজৰ টন বাঁহ মজুত । চালান হ’ব বহিঃৰাজ্যলৈ ৷ | Read More
ব্যক্তিগত শত্ৰুতাৰ বাবেই গুৰিয়াই-লঠিয়াই ডিব্ৰু নৈৰ বুকুত মৰিবলৈ পেলাই দিছিল মনোজক
তিনিচুকীয়া নাও দুৰ্ঘটনাৰ মূল অভিযুক্ত অমৃশ মিপুনে আত্মসমৰ্পণ কৰে । উদ্ধাৰ হোৱা নাই মনোজ প্ৰায়া । | Read More
ডাক্তৰ ! অখিল গগৈৰ পুৰণি বেমাৰ ধৰা পেলাইছে জয়ন্ত মল্লবৰুৱাই
অখিল গগৈৰ হেনো বেমাৰ হৈছে ! বিধায়কগৰাকীয়ে নিজে নাজানিলেও মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই জানে এই বেমাৰৰ কথা । | Read More
ধৰি ধৰি জেলত ভৰাব আৰক্ষীয়ে...কাক ক’ত কিয় ? ৰকিবুল হুছেইনে ক’লে সকলো
বিজেপি চৰকাৰৰ দুৰ্নীতি-ছিণ্ডিকেট সন্দৰ্ভত সৰৱ ধুবুৰীৰ সাংসদ । দুৰ্নীতি-ছিণ্ডিকেটৰ মূল্য বাঢ়িছে বুলি চৰকাৰক কটাক্ষ সাংসদগৰাকীৰ । | Read More
একেখন মঞ্চত অসম সাহিত্য সভাৰ সভাপতি পদৰ দুই প্ৰাৰ্থী; পৰস্পৰক জনালে শুভেচ্ছা
সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী হ'লেও পৰস্পৰৰ মাজত নাই কোনো ক্ষোভ । একেলগে কাম কৰাৰ ইচ্ছা ড৹ বসন্ত কুমাৰ গোস্বামী আৰু উপেন ৰাভা হাকাচামৰ । | Read More
নিম্ন আদালতসমূহত শীঘ্ৰেই ৰাজ্যিক ভাষা প্ৰৱৰ্তনৰ দাবী
ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাত উল্লেখ থকা সত্বেও ব্ৰহ্মপুত্ৰ উপত্যকাৰ নিম্ন আদালতসমূহত ৰাজ্যিক ভাষা এলাগি হোৱাৰ অভিযোগ । | Read More
মৰণোত্তৰ পৰীক্ষাৰ নামতো চলে দৰ-দাম !
ধন নিদিলে চৰকাৰী চিকিৎসালয়ত নহয় নেকি মৰণোত্তৰ পৰীক্ষা ? কোনে কোনে পায় ধনৰ ভাগ ? এজন ব্যক্তিৰ ভাষ্যই উদঙালে চিকিৎসাখণ্ডৰ স্বৰূপ ৷ | Read More
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
কেনে যাব আপোনাৰ দিনটো ? আৰ্থিক দিশত, ব্যৱসায়, শিক্ষা, প্ৰেমৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব সকলো ৰাশিৰ জাতক-জাতিকাই ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল... | Read More