কলিয়াবৰৰ শ্ৰীশ্ৰীবালি সত্ৰত আধ্যাত্মিক শক্তি বিজড়িত খনিকৰ পুথি ৷ মন্ত্ৰী কেশৱ মহন্তৰ লগতে তিনি ভাতৃয়ে শিৰত লৈ নিজ সত্ৰলৈ আদৰি আনিলে খনিকৰ পুথি ৷ | Read More
Assam Today Live - News Updates: অসম Sat Nov 02 2024 শেহতীয়া খবৰ
Published : Nov 2, 2024, 8:48 AM IST
|Updated : Nov 2, 2024, 10:45 PM IST
মন্ত্ৰী মহন্তৰ শিৰত খনিকৰ পুথি
উৰণ সেতুৰ নিৰ্মাণকাৰ্যত হস্তক্ষেপ বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ বিৰোধী দলপতি
এই সেতুখন নিৰ্মাণৰ সময়ত সমগ্ৰ অঞ্চলটো প্ৰদূষিত হোৱাৰ লগতে কৃত্ৰিম বানৰ সমস্যা, যানজঁটৰ সমস্যাৰ লগতে পদপথৰ ব্যৱসায়ীসকলৰ সমস্যা জটিল হৈ পৰিব ৷ | Read More
ৰাস কমিটীলৈ আৰ্থিক অনুদান প্ৰদানৰ ঘোষণাই বৃদ্ধি কৰিছে উৎসাহ
ৰাসলৈ কেইটিমান দিন । দিন নিশাই আখৰা চলিছে মাজুলীত । মুখ্যমন্ত্ৰীৰ ঘোষণাই উৎসাহ বৃদ্ধি কৰিছে ৰাস কমিটীসমূহৰ । | Read More
আনুষ্ঠানিক স্কুলীয়া শিক্ষা অবিহনেই সাহিত্য চৰ্চা কৰা এগৰাকী বিশিষ্ট কবি
বাক্সা জিলাৰ পুৰাণশ্ৰীপুৰ গাঁৱৰ নিৰ্মল বসুমতাৰীক বড়ো সাহিত্য গোষ্ঠীৰ সম্বৰ্দ্ধনা । | Read More
Bomb hoax delayed flight at LGB International airport in Guwahati
বিমানত বোমা আছে ! বৰঝাৰত ৰৈ গ'ল চেন্নাইমুখী বিমান ৷ | Read More
নিষেধাজ্ঞা ভংগ কৰি ওৰেনিশা ফুটিল ফটকা-আতচবাজী: গুৱাহাটীত বায়ুৰ গুণমান সূচকাংক বৃদ্ধি
বায়ুৰ গুণমান সূচকাংক কিমান হ'লে বিপজ্জনক বুলি ধৰা হয় জানেনে ? দীপাৱলীৰ সময়ত গুৱাহাটীত কিমানলৈকে বৃদ্ধি পাইছিল বায়ুৰ গুণমান সূচকাংক ? | Read More
ভাওনাৰ তত্ব লোৱা মানে গুৰুজনাৰ আদৰ্শক আঁকোৱালি লোৱা: ড৹ পীতাম্বৰ দেৱ গোস্বামী
৬ ডিচেম্বৰৰ পৰা যোৰহাটৰ টীয়কত অসম ভাওনা সন্মিলনৰ প্ৰথম অভিৱৰ্তন । প্ৰদৰ্শিত হ'ব চাৰিখন ভাওনা । | Read More
মাকৰ পৰা বিচ্ছিন্ন হোৱা হাতীৰ পোৱালিৰ লগত ধেমালি বনকৰ্মীৰ
মাজুলীৰ বনকৰ্মী লগত জাকৰ পৰা বিচ্ছিন্ন হোৱা এটা হাতী পোৱালিৰ ধেমালি । | Read More
দীপাৱলীৰ আনন্দৰ মাজতে ৰাজ্যত কেবাটাও শোকাৱহ পথ দুৰ্ঘটনা
Road accident: দীপাৱলীৰ নিশা গুৱাহাটী আৰু কাছাৰত ভয়ংকৰ পথ দুৰ্ঘটনা । ২ জন নিহত হোৱাৰ লগতে কেইবাগৰাকী আহত । | Read More
কাজিৰঙাত ২০২৪-২৫ পৰ্যটন বৰ্ষৰ প্ৰথম এমাহতে সংগ্ৰহ ৬৫ লাখ টকাৰ ৰাজহ
Kaziranga National Park : ১ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । এমাহত প্ৰায় ২৯ হাজাৰ দেশী-বিদেশী পৰ্যটকৰ আগমন । | Read More
যোৰহাটৰ অগ্নিকাণ্ডত নিহত এজন; কেইবা কোটি টকাৰ সম্পত্তি ভস্মীভূত
Jorhat fire: যোৰহাটৰ ভোগদৈ মছজিদৰ সমীপত অগ্নিকাণ্ড । এজন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে । | Read More
৯ দিন অতিক্ৰম; সন্ধান নাই অপহৃত চাহ ফেক্টৰীৰ কৰ্মচাৰীৰ
Tinsukia kidnap case: ৫ নৱেম্বৰলৈকে অপহৃত কৰ্মচাৰীৰ সন্ধান নোলালে চাহ ফেক্টৰীৰ মালিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দল-সংগঠনৰ । | Read More
অনিয়মেৰে নিযুক্তি লাভ কৰা আৰক্ষীক শীঘ্ৰে বৰ্খাস্তৰ দাবী DYFI ৰ
DYFI Assam demands : ২০০৮ চনত হোৱা উপ পৰিদৰ্শক পদৰ নিযুক্তিক কেলেংকাৰী ! অনিয়মেৰে চাকৰি লোৱাসকলক এতিয়াও বৰ্খাস্ত কৰা নাই চৰকাৰে । | Read More
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
কেনে যাব আপোনাৰ দিনটো ? আৰ্থিক দিশত, ব্যৱসায়, শিক্ষা, প্ৰেমৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব সকলো ৰাশিৰ জাতক-জাতিকাই ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল... | Read More