যুৱকৰ ওপৰত আৰক্ষীৰ বীৰত্ব । ভুগিলে ফল । | Read More
Fri Nov 15 2024 Assam News Live: অসমৰ শেহতীয়া বাতৰি - ASSAM NEWS TODAY FRI NOV 15 2024
Published : Nov 15, 2024, 8:30 AM IST
|Updated : Nov 15, 2024, 11:09 PM IST
যুৱকক প্ৰহাৰ কৰা পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন
সত্ৰীয়া সংস্কৃতি দিৱসৰ সামৰণি, ৰাষ্ট্ৰীয়-ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান
গোলাঘাটত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটা প্ৰদান অনুষ্ঠানেৰে সামৰণি পৰিল সদৌ অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় সত্ৰীয়া সংস্কৃতি দিৱসৰ । | Read More
লক্ষ্ণৌত সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা গ্ৰহণ ৰঞ্জু হাজৰিকাৰ
বিশিষ্ট সাহিত্যিক-ঔপন্যাসিক ৰঞ্জু হাজৰিকাক প্ৰদান কৰা হয় ২০২৪ বৰ্ষৰ সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা । লক্ষ্ণৌত এই বঁটা গ্ৰহণ কৰিলে সাহিত্যিকগৰাকীয়ে । | Read More
দীপাৱলীৰ এপষেক পিছত সোণাপুৰত ফটকা ফুটিল কিয় ?
ডিমৰীয়াৰ ৬খন পঞ্চায়তৰ বহু অঞ্চলত এতিয়াও বহুতো অবৈধ লোকে জনজাতীয় বেষ্টনী আৰু চৰকাৰী ভূমি বেদখল কৰি বসতি কৰি আছে ৷ | Read More
যেন বৃন্দাবনৰ সৰগখনহে নামি আহিছে ! শুভ্ৰ জোনাকত মায়াময় নলবাৰীৰ হৰিমন্দিৰ
পুৱাৰভাগত ৯১ খন পতাকা উত্তোলনেৰে আৰম্ভ হোৱা ৰাস মহোৎসৱৰ শুভ উদ্বোধন কৰা হয় সন্ধিয়াৰ ভাগত । | Read More
ৰাজনীতি সাহিত্য়ৰ ধৰ্ম হ'ব নোৱাৰে: অসম গ্ৰন্থমেলাত ক্ষোভ উজাৰিলে অনুৰাধা শৰ্মা পূজাৰীয়ে
আৰম্ভ হ'ল গ্ৰন্থৰ বতৰ । যোৰহাটত অসম গ্ৰন্থমেলাত অসম সাহিত্য় সভাৰ সভাপতি নিৰ্বাচন প্ৰসংগক লৈ চৰ্চা । | Read More
বীৰছা মুণ্ডাৰ ১৫০ বছৰীয়া জন্ম জয়ন্তীত বীৰ যোদ্ধাক স্মৰণ
দেশৰ জনজাতীয় সম্প্ৰদায়সমূহৰ অৱদান আৰু সাফল্যৰ স্বীকৃতি হিচাপে আজিৰ দিনটোত উদযাপন কৰা হয় 'জনজাতীয় গৌৰৱ দিৱস' । | Read More
বাৰেৰহণীয়া সংস্কৃতিৰে তিৰবিৰাই উঠিল হাউলী ৰাস মহোৎসৱ
বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ ৯৭ সংখ্যক হাউলী ৰাস মহোৎসৱ । ১৫ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এইবাৰৰ ৰাস মহোৎসৱ । | Read More
চাবুৱাত জনজাতীয় গৌৰৱ দিৱস: বীৰছা মুণ্ডাক স্মৰণ সৰ্বানন্দ সোণোৱালৰ
জনজাতীয় গৌৰৱ দিৱস উপলক্ষে চাবুৱাত বীৰছা মুণ্ডাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন সৰ্বানন্দ সোণোৱালৰ । | Read More
ৰাজকোষ উদং: বিধায়ক পুঁজিৰ দেখাদেখি নাই, চাহ নিগমৰ সম্পত্তিও নিলামৰ দিশে
অসম চৰকাৰৰ বিত্তীয় সংকট । চাহ শ্ৰমিকৰ বকেয়া আদায় দিয়া নাই । চাহ নিগমৰ সম্পত্তি নিলামৰ পৰামৰ্শ আদালতৰ । | Read More
পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মাতৃ-পুত্ৰসহ আন এগৰাকীয়ে
গোৱালপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা । ব্যক্তিগত বাহন আৰু আলট্ৰা বাছৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত মাতৃ-পুত্ৰসহ আন এগৰাকী, আহত কেইবাজনো । | Read More
অসমৰ ট্ৰেডিং কেলেংকাৰীৰ গোচৰ: ৫ ৰাজ্যৰ ৯২ টা স্থানত চি বি আইৰ অভিযান
চি বি আয়ে তন্ন তন্নকৈ পৰীক্ষা কৰিছে ৰাজ্য জোকাৰি যোৱা ট্ৰেডিং কেলেংকাৰীৰ গোচৰ ৷ | Read More
জীৱন্ত আৰু পুতলা ৰাসৰ সমাহেৰেৰে আৰম্ভ নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰ ৰাস মহোৎসৱ
উদুলি-মুদুলি পৰিৱেশ নলবাৰী শ্ৰীশ্ৰী হৰিমন্দিৰত ৯১ খন পতাকা উত্তোলনেৰে আৰম্ভ হ'ল উত্তৰ-পূবৰ ঐতিহাসিক ধৰ্মীয় অনুষ্ঠান নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰ ৰাস মহোৎসৱ । | Read More
নিমাতীঘাটত কেৱল মানুহ আৰু মানুহ... লক্ষ্য মাজুলীৰ ৰাস !
ৰাস উপভোগ কৰাৰ উদ্দেশ্যে মাজুলীলৈ পৰ্যটকৰ আগমন । নিমাতীঘাটত ফেৰীৰ বাবে যাত্ৰীৰ ভিৰ । | Read More
শ্ৰমিক নেতা গংগাৰাম ক’ল হত্যাকাণ্ডৰ ফাইল পুনৰ খুলিলে চি বি আয়ে
চি বি আয়ে পুনৰ খুলিছে পানীতোলাৰ শ্ৰমিক নেতা গংগাৰাম ক’ল হত্যাকাণ্ডৰ ফাইল ৷ তিনিচুকীয়াত বাহৰ পাতি তদন্ত আৰম্ভ কৰিছে চি বি আইৰ দলে ৷ | Read More
ৰাজ্যত গোপনে গঢ়ি উঠিছে নেকি ৰঙা মাটিৰ ছিণ্ডিকেট ?
কাছাৰৰ কাটিগড়াত ৰঙা মাটিৰ ছিণ্ডিকেট । পাহাৰৰ ধ্বংসলীলা দেখি চিন্তিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীৰ লগতে স্থানীয় সচেতন মহল ৷ | Read More
ব্ৰহ্মপুত্ৰৰ বুকুত সামুদ্ৰিক বিমানৰ অৱতৰণ; পৰ্যটন উদ্যোগলৈ আশাৰ ৰেঙণি
অসমৰ পৰ্যটন আৰু যোগাযোগ ব্যৱস্থালৈ এক নতুন সংযোজন ৷ ব্ৰহ্মপুত্ৰ নদীত প্ৰথমবাৰৰ অৱতৰণ সামুদ্ৰিক বিমান ৷ | Read More
তিনি দিনলৈ পানী নাপাব গুৱাহাটী মহানগৰবাসীয়ে
গুৱাহাটী মহানগৰীৰ ২৮ টা অঞ্চলত ১৭ নৱেম্বৰ পৰ্যন্ত পানী নাপাব ৷ চাওক কোন কোন অঞ্চলত হ’ব পানীৰ নাটনি | Read More
আজিৰ পৰা আৰম্ভ মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱ
খোল-তালৰ ধ্বনি, বাঁহীৰ সুৰ, ৰাস গীতৰ মধুৰ ধ্বনিৰৰে মুখৰিত মাজুলী । মাজুলীৰ ১২ খন সত্ৰৰ লগতে অৰ্ধশতাধিক মঞ্চত আয়োজন ৰাসক্ৰীড়া । | Read More
ঈশ্বৰৰ দেশলৈ গ’ল গৈ চেণ্টু দা
জনপ্ৰিয় চৰিত্ৰ চেণ্টু দা আৰু নাই ৷ সকলোৰে পৰিচিত চেণ্টুৰ দাৰ বৃহস্পতিবাৰে সন্ধিয়া দেহাৱসান ঘটে । | Read More
সভাপতিৰ নিৰ্বাচনৰ পৰা আঁতৰিল ড৹ গোবিন্দ প্ৰসাদ শৰ্মাও
‘‘অসম সাহিত্য সভাৰ সভাপতি হ’বলৈহে মই সন্মতি দিছিলো । নিৰ্বাচন খেলিবলৈ নহয় । নিৰ্বাচন খেলি মই সভাপতি হ'ব নোখোজো ।’’ ড৹ গোবিন্দ প্ৰসাদ শৰ্মা । | Read More
পিতৃৰ মতে ১৬; নিৰ্বাচন আয়োগক তানজিলে দিলে চামগুৰিৰ ৩৩ টা ভোটকেন্দ্ৰত ৰিগিঙৰ অভিযোগ
চামগুৰিৰ 33 টা ভোটগ্ৰহণ কেন্দ্ৰত ৰিগিং হোৱা বুলি অভিযোগ উত্থাপন কৰি নিৰ্বাচন আয়োগক লিখিত অভিযোগ দাখিল তানজিল হুছেইনৰ ৷ পুনৰ ভোটগ্ৰহণৰ দাবী ৷ | Read More
গৌৰৱ গগৈৰ কামত ক্ষুণ্ণ মন্ত্ৰী পীযুষ হাজৰীকা; বিচাৰিলে উত্তৰ
উপ-নিৰ্বাচন শেষ যদিও যুদ্ধৰ যেন অন্ত পৰা নাই ৷ কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ চাওক সবিশেষ- | Read More
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
কেনে যাব আপোনাৰ দিনটো ? আৰ্থিক দিশত, ব্যৱসায়, শিক্ষা, প্ৰেমৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব সকলো ৰাশিৰ জাতক-জাতিকাই ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল... | Read More