অসম

assam

ETV Bharat / politics

উদয় শংকৰ হাজৰিকা হ’ব লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী - Lakhimpur Lok Sabha Constituency - LAKHIMPUR LOK SABHA CONSTITUENCY

Lakhimpur Lok Sabha Constituency: চৰ্চিত হোৱাৰ দৰেই উদয় শংকৰ হাজৰিকা হ’ব লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৷ শনিবাৰে ঘোষিত হ’ল প্ৰাৰ্থীগৰাকীৰ নাম ৷

LAKHIMPUR LOK SABHA CONSTITUENCY
LAKHIMPUR LOK SABHA CONSTITUENCY

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 11:08 PM IST

গুৱাহাটী, 23 মাৰ্চ:অৱশেষত কংগ্ৰেছে ঘোষণা কৰিলে লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ৷ চৰ্চিত হোৱাৰ দৰেই ন-কংগ্ৰেছী উদয় শংকৰ হাজৰিকাই অৱশেষত হ’লগৈ কংগ্ৰেছৰ লখিমপুৰৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী ৷ শনিবাৰে সন্ধিয়া প্ৰকাশ কৰা তালিকাত ঘোষিত হ’ল উদয় শংকৰ হাজৰিকাৰ নাম ৷

উদয় শংকৰ হাজৰিকা হ’ব লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী

19 এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থিত্বৰ প্ৰসংগত চূড়ান্ত সিদ্ধান্ত অৱতীৰ্ণ হ’ব পৰা নাছিল কংগ্ৰেছ নেতৃত্ব ৷ কংগ্ৰেছে ইতিমধ্যেই প্ৰকাশ কৰিছিল 12 টা সমষ্টিৰ তালিকা ৷

শেষত লখিমপুৰৰ আসনখনতো সকলো বিতৰ্কৰ অৱসান ঘটাই উদয় শংকৰ হাজৰিকাৰ নাম ঘোষণা কৰিলে কংগ্ৰেছে ৷ উল্লেখযোগ্য যে দুবাৰৰ সাংসদ ৰাণী নৰহেও লখিমপুৰৰ প্ৰাৰ্থিত্বৰ বাবে দাবী কৰি আছিল ৷

ABOUT THE AUTHOR

...view details