অসম

assam

প্ৰথমবাৰৰ বাবে সপোনৰ চহৰ মুম্বাইৰ মঞ্চত গীত পৰিৱেশন পৰিণীতি চোপ্ৰাৰ

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 5:26 PM IST

Parineeti Chopra Pics: বলীউডৰ বহু ছবিত উৎকৃষ্ট অভিনয়েৰে জনপ্ৰিয় হোৱাৰ পিচত এতিয়া পৰিণীতিয়ে সলনি কৰিছে নিজৰ পেছা ৷ পৰিণীতিয়ে নিজৰ গান গোৱাৰ সপোন পূৰণ কৰিবলৈ অভিনয়ৰ পৰা কণ্ঠশিল্পীলৈ পৰিণত হোৱাৰ মন মেলিছে । দেওবাৰে অভিনেত্ৰীগৰাকীয়ে প্ৰথমবাৰৰ বাবে মঞ্চত গীত পৰিৱেশন কৰে ৷
লেডিজ বনাম ৰিকি বেহেল ছবিৰে অভিনয় জীৱন আৰম্ভ কৰা পৰিণীতিয়ে ইশকজাদে, হাছি তোহ ফাছি, মিছন ৰাণীগঞ্জ আদি বহু ছবিত অভিনয়েৰে অনুৰাগীৰ হৃদয় জয় কৰিছিল
কিন্তু এতিয়া অভিনেত্ৰীগৰাকীয়ে অভিনয়ৰ পৰা কণ্ঠশিল্পীলৈ পৰিগণিত হোৱাৰ সিদ্ধান্ত লৈছে । যিটো আছিল পৰিৰ শৈশৱৰ সপোন । (সৌজন্য - ইনষ্টাগ্ৰাম)
যোৱা নিশা মুম্বাই চলচ্চিত্ৰ মহোৎসৱ ২০২৪ত প্ৰথমবাৰৰ বাবে লাইভ কনচাৰ্টত গীত পৰিৱেশন কৰে পৰিণীতি চোপ্ৰাই ৷ (সৌজন্য - ইনষ্টাগ্ৰাম)
পৰিণীতি চোপ্ৰাই নিজেই এই কনচাৰ্টৰ কিছু সুন্দৰ ছবি নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে । (সৌজন্য - ইনষ্টাগ্ৰাম)
পৰিণীতি চোপ্ৰাই নিজেই এই কনচাৰ্টৰ কিছু সুন্দৰ ছবি নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে । (সৌজন্য - ইনষ্টাগ্ৰাম)
প্ৰথমবাৰৰ বাবে লাইভ গায়ন-বায়নৰ ছবি শ্বেয়াৰ কৰাৰ সমান্তৰালকৈ পৰিয়ে এটা বিশেষ টোকাও লিখিছিল । (সৌজন্য - ইনষ্টাগ্ৰাম)
প্ৰথমবাৰৰ বাবে লাইভ গায়ন-বায়নৰ ছবি শ্বেয়াৰ কৰাৰ সমান্তৰালকৈ পৰিয়ে এটা বিশেষ টোকাও লিখিছিল । (সৌজন্য - ইনষ্টাগ্ৰাম)
লগতে পৰিয়ে লিখিছে,‘‘মোৰ প্ৰথম লাইভ কনচাৰ্ট আছিল যোৱা নিশা । মই আশা কৰা সকলোখিনিয়েই আছিল । আপোনালোক সকলোৱে দেখুওৱা মৰমৰ বাবে ধন্যবাদ ।’’

ABOUT THE AUTHOR

...view details