বিগত বৰ্ষৰ ২৪ ছেপ্টেম্বৰত বিবাহপাশত আবদ্ধ হোৱা পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাই এইবাৰৰ হোলী একেলগে উদযাপন কৰে ৷. বিগত বৰ্ষৰ ২৯ নৱেম্বৰত মণিপুৰী ৰীতি-নীতি অনুসৰি বিবাহপাশত আবদ্ধ হোৱা লিন লাইশ্ৰম আৰু ৰনদীপ হুদাই এইবাৰৰ হোলী একেলগে উদযাপন কৰে ৷. চলিত বৰ্ষৰ ২১ ফেব্ৰুৱাৰীত গোৱাত বিবাহপাশত আবদ্ধ হোৱা ৰাকুল প্ৰীত সিং আৰু জেকী ভগনানীয়ে এইবাৰৰ হোলী একেলগে উদযাপন কৰে ৷. চলিত মাৰ্চ মাহৰ ১৫ তাৰিখে মানেসৰত পঞ্জাবী ৰীতি-নীতি অনুসৰি বিবাহপাশত আবদ্ধ হোৱা কৃতি খৰবান্দা আৰু পুলকিত সম্ৰাটে হোলী একেলগে পালন কৰে ৷. চলিত বৰ্ষৰ ৩ জানুৱাৰীত আমিৰ খানৰ কন্যা আইৰা খানে নুপুৰ শিখাৰেৰ সৈতে বিবাহপাশত আবদ্ধ হয় । এইবাৰ দুয়োৰে বিবাহৰ পিছত এইবাৰ হ’ব প্ৰথম হোলী ।. মহাৰাষ্ট্ৰীয় ৰীতি-নীতি অনুসৰি বিগত মাহত বিবাহপাশত আবদ্ধ হোৱা দিব্যা আগৰৱালা আৰু অপূৰ্বই বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে একেলগে হোলী উদযাপন কৰে ।. বিগত ১৩ বছৰ ধৰি ডেটিং কৰি থকা সুৰভি চান্দনা আৰু কৰণ শৰ্মাই ২ মাৰ্চত বিবাহপাশত আবদ্ধ হয় ৷ এইবাৰ দুয়োগৰাকীয়ে প্ৰথম হোলী উদযাপন কৰে ।. ১৯ ফেব্ৰুৱাৰীত সোণাৰিকা ভাদৌৰিয়া আৰু বিকাশ পৰাছাৰে বিবাহৰ পবিত্ৰ বান্ধোনত বান্ধ খায় । এইবাৰ দুয়োৰে বিবাহৰ পিছত হ’ব প্ৰথম হোলী ।