পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো দুদিনাহে বাকী ৷ পোহৰৰ উৎসৱৰ বাবে এতিয়া সাজু হৈছে সকলো ৷ এইবাৰ দীপাৱলীত বৃহৎ পৰিবৰ্তন আহিব ৩ ৰাশিৰ জীৱনতা প্রকৃততে নির্দিষ্ট সময়ৰ অন্তৰালত প্ৰতিটো গ্রহই স্থান পৰিৱৰ্তন কৰে, যাৰ প্ৰভাৱ পৰিব বিভিন্ন ৰাশিৰ জীৱনতা এইবাৰ দীপাৱলীত শনি আৰু বৃহস্পতিৰ দৰে গুৰুত্বপূর্ণ গ্রহ ওলোটা গতিত বা মার্গী দশাত থাকিব প্রায় ৫০০ বছৰৰ পাচত জ্যোতিষ শাস্ত্ৰমতে এনে বিৰল ঘটনা ঘটিবলৈ গৈ আছে ৷
শনিয়ে তাৰ মূল ত্রিভূজ ৰাশিচক্র কুম্ভ বাশিত বিপৰীতমুখী হ'ব অন্যহাতে দেৱতাসকলৰ গুৰু বৃহস্পতিয়ে বৃষ ৰাশিত বিপৰীত দিশত চলিব দীপাৱলীত এই ২ গ্ৰহৰ বিপৰীত গতিয়ে এই ৩ ৰাশিলৈ সৌভাগ্য কঢ়িয়াই অনাৰ লগতে সুখ-সমৃদ্ধিও কঢ়িয়াইও আনিব পাৰে ৷
বৃষ ৰাশি
বৃহস্পতি আৰু শনিৰ বিপৰীত চলন বৃষ ৰাশিৰ জাতকৰ বাবে শুভ বিভিন্ন ক্ষেত্ৰত আর্থিক সুবিধা লাভ কৰিব এই ৰাশিৰ লোকে ৷ নতুন চাকৰি লাভ কৰাৰ সম্ভাৱনা আছে ৷ কর্মক্ষেত্ৰত উন্নতি, দৰমহা বাঢ়িব পাৰ ৷ ব্যৱসায়ীয়ে লাভৰ মুখ দেখিব ৷ পৰিয়ালত সুখ শান্তি বৰ্তি থাকিব ৷
সিংহ ৰাশি