ETV Bharat Assam

অসম

assam

ETV Bharat / bharat

পুনৰ বিজেপিৰ দখলত অৰুণাচলৰ ৰাজপাট, ছিকিমত চলিব ক্ৰান্তিকাৰি মৰ্চাৰ শাসন - Assembly Election Results 2024 - ASSEMBLY ELECTION RESULTS 2024

Assembly Election Results 2024 Live Updates (ETV Bharat)
অৰুণাচল প্ৰদেশ আৰু ছিকিমত কাৰ হাতলৈ যাব শাসনৰ বাঘজৰী (etv bharat english)
author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 11:06 AM IST

Updated : Jun 2, 2024, 3:48 PM IST

নিউজ ডেস্ক, 2 জুন : 2 জুন অৰ্থাৎ আজি ছিকিম আৰু অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ ব । ছিকিমৰ 32 খন অৰুণাচল প্ৰদেশৰ 60 খন আসনৰ 50 খনৰ আসনত ভোটগণনা হৈ আছে ৷ প্ৰতিকূল বতৰকো নেওচি অৰুণাচল প্ৰদেশৰ 24 খন জিলা সদৰত পুৱা 6 বজাত গণনা আৰম্ভ হৈছিল । মুখ্য নিৰ্বাচনী বিষয়া (CEO) পৱন কুমাৰ চাইনৰ মতে, চূড়ান্ত ফলাফল দুপৰীয়াৰ ভিতৰত ওলাই পৰিব ৷ যোৱা 19 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অৰুণাচল প্ৰদেশ আৰু ছিকিমত বিধানসভা আৰু লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল ।ছিকিমত, ৰাজ্যখনৰ ছয়খন জিলাৰ প্ৰতিখন জিলাৰ এটা স্থানত গণনা চলি আছে । বিষয়াসকলে উল্লেখ কৰিছিল যে প্ৰথমে ডাক বেলট গণনা কৰা হ ব, তাৰ পিচত ই ভি এমত ভোটগণনা কৰা হ’ব ৷

LIVE FEED

3:34 PM, 2 Jun 2024 (IST)

অৰুণাচলৰ চূড়ান্ত ফলাফল

  • 46 খন আসনত বিজেপিৰ জয়
  • 5 খন আসনত NPP ৰ জয়
  • 3 খন আসনত NCP ৰ জয়
  • 2 খন আসনত পিপলছ পাৰ্টী অৱ অৰুণাচলৰ জয়
  • 3 খন আসনত নিৰ্দলীয় দলৰ জয়
  • 1 খন আসনত কংগ্ৰেছৰ জয়

ছিকিমৰ শেহতীয়া তথ্য

  • 29 খন আসনত ছিকিম ক্ৰান্তিকাৰি মৰ্চাৰ জয়
  • 2 খন আসনতছিকিম ক্ৰান্তিকাৰি মৰ্চাৰ অগ্ৰগতি
  • 1 খন আসনত ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টৰ জয়

2:35 PM, 2 Jun 2024 (IST)

অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ শেহতীয়া তথ্য

দুপৰীয়া 2 বজালৈ

  • 44 খন আসনত বিজেপিৰ জয়লাভ
  • 2 খন আসনত বিজেপিৰ অগ্ৰগতি
  • 5 খন আসনত NPP ৰ জয়লাভ
  • 1 খন আসনত NCP ৰ জয়
  • 2 খন আসনত NCP ৰ জয়লাভ
  • 2 খন আসনত পিপলছ পাৰ্টী অৱ অৰুণাচলৰ জয়
  • 3 খন আসনত নিৰ্দলীয়ৰ জয়
  • 1 খন আসনত কংগ্ৰেছৰ জয়

2:30 PM, 2 Jun 2024 (IST)

অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ শেহতীয়া তথ্য

দুপৰীয়া 1.14 বজালৈ

  • 38 খন আসনত বিজেপিৰ জয়
  • 7 খন আসনত বিজেপিৰ অগ্ৰগতি
  • 3 খন আসনত NPP ৰ জয়
  • 3 খন আসনত NPP ৰ অগ্ৰগতি
  • 2 খন আসনত পিপলছ পাৰ্টী অৱ অৰুণাচলৰ জয়
  • 1 খন আসনত নিৰ্দলীয়ৰ জয়
  • 2 খন আসনত নিৰ্দলীয়ৰ অগ্ৰগতি
  • 1 খন আসনত কংগ্ৰেছৰ অগ্ৰগতি

ছিকিমৰ শেহতীয়া তথ্য

  • 28 খন আসনত ছিকিম ক্ৰান্তিকাৰি মৰ্চাৰ জয়
  • 1 খন আসনত ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টৰ জয়

12:37 PM, 2 Jun 2024 (IST)

অৰুণাচল প্ৰদেশৰ শেহতীয়া তথ্য

দুপৰীয়া 12.24 বজালৈ

  • 28 খন আসনত বিজেপিৰ জয়
  • 18 খন আসনত অগ্ৰগতি বিজেপিৰ
  • 2 খন আসনত NPP ৰ জয়
  • 3 খন আসনত NPP ৰ অগ্ৰগতি
  • 3 খন আসনত কংগ্ৰেছৰ অগ্ৰগতি
  • 1 খন আসনত পিপলছ পাৰ্টী অৱ অৰুণাচলৰ জয়
  • 1 আসনত পিপলছ পাৰ্টী অৱ অৰুণাচলৰ অগ্ৰগতি
  • 1 খন আসনত নিৰ্দলীয় প্ৰাৰ্থীৰ জয়
  • 1 খন আসনত নিৰ্দলীয় প্ৰাৰ্থীৰ অগ্ৰগতি

12:10 PM, 2 Jun 2024 (IST)

ছিকিমৰ ভোটগণনাৰ শেহতীয়া তথ্য

দুপৰীয়া 12.07 বজালৈ

  • 1 খন আসনত ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টৰ জয়
  • 14 খন আসনত ছিকিম ডেম’ক্ৰেটিক মৰ্চাৰ জয়
  • 17 খন আসনত ছিকিম ডেম’ক্ৰেটিক মৰ্চাৰ অগ্ৰগতি

11:55 AM, 2 Jun 2024 (IST)

অৰুণাচল আৰু ছিকিমৰ শেহতীয়া খবৰ

অৰুণাচল :

পুৱা 11 বজালৈ

  • চাংলাং উত্তৰ 53 নং বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ জয়
  • পংটে বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ জয়
  • পাংগিং 35 নং বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ জয়
  • নামছাং 54 নং বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ জয়
  • পালিন 18 নং বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ জয়
  • চ্যাংটাজো 9 নং বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ জয়
  • খনছা পশ্চিম 56 নং বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ জয়

নিৰ্দলীয়ৰ জয়

খনছা পূব 55 নং বিধানসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীৰ জয়

  • 20 খন আসনত বিজেপিৰ জয়
  • 26 খন আসনত বিজেপিৰ অগ্ৰগতি
  • 6 খন আসনত অগ্ৰগতি NPP ৰ
  • 3 খন আসনত কংগ্ৰেছৰ অগ্ৰগতি
  • 2 খন আসনত পিপলছ পাৰ্টী অৱ অৰুণাচলৰ অগ্ৰগতি

ছিকিম

  • 28 খন আসনত ছিকিম ক্ৰান্তিকাৰি মৰ্চাৰ জয়
  • 1 খন আসনত ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টৰ জয়

11:54 AM, 2 Jun 2024 (IST)

ছিকিমৰ ভোণগণনাৰ শেহতীয়া তথ্য

ছিকিম :

পুৱা 9 বজালৈ

  • 29 খন আসনত ছিকিম ক্ৰান্তিকাৰি মৰ্চাৰ অগ্ৰগতি
  • 1 খন আসনত ছিকিম ডেমক্ৰেটিক ফ্ৰণ্টৰ অগ্ৰগতি

পুৱা 10.30 বজালৈ

  • 29 খন আসনত ছিকিম ক্ৰান্তিকাৰি মৰ্চাৰ অগ্ৰগতি
  • 2 খন আসনত ছিকিম ডেমক্ৰেটিক ফ্ৰণ্টৰ অগ্ৰগতি

9:39 AM, 2 Jun 2024 (IST)

অৰুণাচল প্ৰদেশ আৰু ছিকিমত ভোণগণনাৰ শেহতীয়া তথ্য

অৰুণাচল প্ৰদেশ :

পুৱা 9 বজালৈঅৰুণাচল প্ৰদেশৰ ভোটগণনাৰ তথ্য

  • 30 খন আসনত বিজেপিৰ অগ্ৰগতি
  • 8 খন আসনত নেশ্যনেল পিপলছ পাৰ্টীৰ অগ্ৰগতি
  • 3 খন আসনত কংগ্ৰেছৰ অগ্ৰগতি
  • 2 খন আসনত নিৰ্দলীয়ৰ অগ্ৰগতি
  • 2 খন আসনত পিপলছ পাৰ্টী অৱ অৰুণাচলৰ অগ্ৰগতি

পুৱা 9.30 বজালৈ

  • 33 খন আসনত বিজেপিৰ অগ্ৰগতি
  • 6 খন আসনত নেশ্যনেল পিপলছ পাৰ্টীৰ অগ্ৰগতি
  • 4 খন আসনত কংগ্ৰেছৰ অগ্ৰগতি
  • 3 খন আসনত পিপলছ পাৰ্টী অৱ অৰুণাচলৰ অগ্ৰগতি
  • 2 খন আসনত নিৰ্দলীয়ৰ অগ্ৰগতি

পুৱা 10.30 বজালৈ

  • বৰডাইৰিয়া-বগাপানী 57 নং বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ জয়
  • 33 খন আসনেৰে বিজেপিৰ অগ্ৰগতি
  • চাংলাং দক্ষিণত বিজেপি প্ৰাৰ্থীৰ জয়
Last Updated : Jun 2, 2024, 3:48 PM IST

ABOUT THE AUTHOR

...view details