thumbnail

মাজুলী অভিমুখী ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত পৰিল যুৱক

By

Published : Mar 2, 2022, 2:02 PM IST

Updated : Feb 3, 2023, 8:18 PM IST

মাজুলী ফেৰী ঘাটত পুনৰ অঘটন (Accident in Nimatighat)। নিমাতী ঘাটৰ পৰা মাজুলী অভিমুখী ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত পৰিল এজন যুৱক (Youth falls in to Brahmaputra from ferry)। দিনৰ ১০.৩০ বজাত ফেৰীখনে মাজুলীলৈ যাত্ৰা আৰম্ভ কৰোঁতেই ঘটে এই অঘটন । ফেৰীৰ পৰা যুৱকজনে জাঁপ দিয়াৰ অভিযোগ কৰিছে ফেৰী কৰ্তৃপক্ষই । বৰ্তমানেও সন্ধান নাই যুৱকজনৰ (Youth missing in Brahmaputra at Nimatighat)।
Last Updated : Feb 3, 2023, 8:18 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.