thumbnail

জীৱশ্ৰেষ্ঠৰ মহানুভৱতা: নাহৰফুটুকী বাঘৰ পোৱালিক খুৱালে পানী

By

Published : May 16, 2022, 9:06 PM IST

বৰ্তমান সময়ত মহাৰাষ্ট্ৰত পাৰাস্তম্ভ শিখৰত(Mercury has reached its peak in Maharashtra) । মহাৰাষ্ট্ৰৰ বৰতালুকৰ নাগৰিকে এটুপি পানীৰ বাবে কৰিছে হাহাকাৰ । বন্য জীৱ-জন্তুৰ নাজল-নাথল অৱস্থা । এনে পৰিস্থিতিত চৰ্চালৈ আহিছে এগৰাকী বিশেষ ব্যক্তি । এটুপি পানীৰ বাবে হাহাকাৰ কৰি থকা তিনিটাকৈ তিনিমহীয়া নাহৰফুটুকীক পিয়াহৰ পানীটুপি খুৱাই থকাৰ এক দৃশ্য হৈছে ভাইৰেল(Ashok Ghule was giving water to 3-month-old leopard calves) । আহমেদ নগৰৰ আকোলে তালুকাৰ অন্তৰ্গত টাকলি গাঁৱৰ অৰণ্যত বনকৰ্মী অশোক ঘুলে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি কৰিলে মৰসাহ । চাওক ভিডিঅ'...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.