thumbnail

যোৰহাটত চোৰাং সোণসহ দুজনক গ্ৰেপ্তাৰ

By

Published : Jul 7, 2022, 1:34 PM IST

যোৰহাট আৰক্ষীয়ে বৃহস্পতিবাৰে অভিযান চলাই চোৰাং সোণসহ দুজনক গ্ৰেপ্তাৰ কৰে(Two Gold mafia arrested in Jorhat) ৷ যোৰহাট আৰক্ষীয়ে মৰিয়নী আৰক্ষী আৰু ৰেলৱে আৰক্ষীৰ সহযোগত চোৰাং সোণসহ লোক দুজনক গ্ৰেপ্তাৰ কৰে(Two held at Jorhat) । গ্ৰেপ্তাৰ কৰা লোক দুজন যোৰহাট আতিলা গাঁৱৰ প্ৰসেনজিত ঘোষ আৰু গড়মূৰৰ প্ৰতাপ দেৱনাথ বুলি জানিব পৰা হৈছে । মৰিয়নিৰ পৰা ৰেলেৰে যাবলৈ লোৱা অৱস্থাত লোক দুজনক আটক কৰে আৰক্ষীয়ে । জব্দ কৰা সোণখিনিৰ ওজন প্ৰায় ছশ গ্ৰাম আৰু বজাৰ মূল্য প্ৰায় আঠ লাখ টকা(Jorhat police anti crime movement) ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.