RIP Kishor Das : চেন্নাইত কিশোৰ দাসৰ শেষকৃত্য সম্পন্ন - চেন্নাইত কিশোৰ দাসৰ শেষকৃত্য সম্পন্ন

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 2, 2022, 8:59 PM IST

অৱশেষত চেন্নাইত সম্পন্ন হ’ল অভিনেতা কিশোৰ দাসৰ শেষকৃত্য (Actor Kishore Das cremated in Chennai)৷ অনুৰাগী আৰু শুভাকাংক্ষীয়ে অনলাইনযোগে অংশ ল’লে কিশোৰৰ শেষকৃত্য অনুষ্ঠানত (Tributes to Kishor Das) । মহানগৰীৰ কমাৰ্চ পইন্টত বন্তি প্ৰজ্বলন কৰি প্ৰিয় অভিনেতাজনক শেষবাৰলৈ সকলোৱে শ্ৰদ্ধা জনায় ৷ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাগ লয় অসম ৰাজ্যিক চলচিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ সীমন্ত শেখৰকে ধৰি কেইবাগৰাকী শিল্পীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.