thumbnail

By

Published : May 3, 2022, 8:36 PM IST

ETV Bharat / Videos

গাড়ী ৰখাৰ অপৰাধত ট্ৰাক চালকে আক্ৰমণ কৰিলে যান-বাহন আৰক্ষীৰ জোৱানক

এজন গাড়ী চালকে অন্ধ্ৰপ্ৰদেশৰ ভীমাভাৰাম জিলাৰ এজন কৰ্তব্যৰত যান-বাহন আৰক্ষীৰ কনিষ্টবলক আক্ৰমণ কৰাৰ এটা ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈছে ( viral video of Traffic constable and driver's fight) । ঘটনা অনুসৰি, কৰ্তব্যৰত আৰক্ষী জোৱানজনে দ্ৰুত গতিত চলি থকা গাড়ীখন ৰখাবলৈ চেষ্টা কৰাৰ পিছতে গাড়ীখনৰ চালকজনে খঙত অগ্নিশৰ্মা হৈ তেওঁক আক্ৰমণ কৰে (Traffic constable attacked by driver) । চাওক ভিডিঅ’ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.