ঐতিহ্যমণ্ডিত বাসুদেৱ থানত চোৰৰ লুটপাত: লুটি নিলে লক্ষাধিক টকাৰ সামগ্ৰী

By

Published : Jun 29, 2022, 3:50 PM IST

thumbnail
জামুগুৰিহাটৰ কুসুমটোলাস্থিত ঐতিহ্যমণ্ডিত বাসুদেৱ থানত চুৰিকাণ্ড (Theft at religious places in Assam) ৷ মঙলবাৰে নিশা দুর্বৃত্তই থানৰ লোহাৰ গ্ৰীল ভাঙি সংঘটিত কৰে এই চুৰিকাণ্ড । নগদ ধনৰ লগতে থানত থকা সোণ-ৰূপৰ ফুলি লৈ উধাও হয় চোৰে (Thief looted huge amount of property from temple at Jamugurihat)৷ পুৱাই সমগ্ৰ দৃশ্য দেখি হতবাক হৈ পৰে মন্দিৰ পৰিচালনা সমিতি ৷ তাৰ পাচত মন্দিৰ পৰিচালনা সমিতিয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত জামুগুৰি থানাত দাখিল কৰে এক এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিতেই বাসুদেৱ থানত জামুগুৰি থানাৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.