তেজপুৰৰ শ্বহীদ বাকৰিত ছাত্র সন্থাৰ মুকলি বিহু উদযাপন

By

Published : Apr 16, 2021, 9:43 AM IST

thumbnail

ঐতিহাসিক তেজপুৰ শ্বহীদ বাকৰিত প্ৰথম ব'হাগৰ দিনা তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত উদযাপন কৰা হৈছে মুকলি বিহু ৷ বিগত বছৰত ক’ৰণা মহামাৰীৰ প্ৰকোপ বৃদ্ধি আৰু চৰকাৰী নিৰ্দেশনাৰ বাবে উদযাপন কৰিব নোৱাৰা বাপোতি সাহোন ৰঙালী বিহুটি এই বছৰ অতি উলহ-মালহেৰে উদযাপন কৰিলে তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই। পৰম্পৰা ৰক্ষা কৰি প্ৰত্যেক বছৰে ছাত্র সন্থাই বাৰে বৰণীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰি আহিছে ৰঙালী বিহুটি ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.