শিলচৰত পুনৰ কভিড-19 ত আক্ৰান্ত এজন - ৰাজস্থানলৈ গৈছিল আৰু ৰাজস্থানৰ পৰা আহি কাছাৰ জিলাত অৱস্থান কৰিছিল লোকজন
🎬 Watch Now: Feature Video

শিলচৰ চিকিৎসা মহাবিদ্যালয়ত বুধবাৰে নিশা পুনৰ ভৰ্তি কৰোৱা হ'ল আন এগৰাকী কভিড-19 ত আক্ৰান্ত ৰোগী ৷ ভৰ্তি কৰা লোকজনৰ ঘৰ শোণিতপুৰ জিলাত বুলি জানিব পৰা গৈছে ৷ ৰোগী জনৰ বয়স প্ৰায় 35 বছৰ ৷ জানিব পৰা মতে, ৰাজস্থানৰ পৰা 46 গৰাকী যাত্ৰী আহিছিল শিলচৰলৈ ৷ ব্যৱসায় সূত্ৰে তেওঁ ৰাজস্থানলৈ গৈছিল আৰু ৰাজস্থানৰ পৰা আহি কাছাৰ জিলাত অৱস্থান কৰিছিল লোকজনে ৷