thumbnail

By

Published : Sep 17, 2022, 10:10 PM IST

ETV Bharat / Videos

কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা

বিশ্বকৰ্মা পূজাৰ আনন্দৰ মাজতে কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা(Road Accident) । কলিয়াবৰৰ মিছাৰ ডনবস্কৰ সন্মুখৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো(Road accident at Kaliabar) । বিপৰীত দিশৰ পৰা অহা তীব্ৰবেগী ডাম্পাৰ আৰু টাটা ডি আই বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো । দুৰ্ঘটনাত ডি আই বাহনখনৰ চালকজনৰ গাড়ীৰ ভিতৰতে আবদ্ধ হৈ মৃত্যু হোৱাৰ লগতে আৰু তিনিজন লোক গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে(One death in road accident) । মৃত চালকজনৰ নাম বিতু আহমেদ । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহত তিনিজনক চিকিৎসাৰ বাবে জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.