পুনৰ বিকল মাজুলী-নিমাতিৰ মাজৰ ৰ'পেক্স ফেৰী সেৱা - Ro Pax Ferry Service temporarily stopped in majuli
🎬 Watch Now: Feature Video

বিপদে লগ নেৰা হৈছে ৰ'পেক্স ফেৰী সেৱাক ৷ পুনৰ বিকল হ’ল মাজুলী পৰা নিমাতি মাজত চলা ৰ'পেক্স ফেৰী (Ro-Pax Ferry Service temporarily stopped in majuli)। বিগত 4 টা দিনে বিকল হৈ পৰি ৰৈছে M V Rani Gaidinliu নামৰ ৰ’পেক্স ফেৰীখন । যাৰ ফলত এতিয়া ব্ৰহ্মপুত্ৰ পাৰাপাৰ হোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগাত পৰিছে যাত্ৰীসকল ৷ বিভাগীয় কৰ্তৃপক্ষই এতিয়া জোৰা-টাপলি মাৰি অনলাইন টিকট কৰা যাত্ৰীসকলক কৰিছে পাৰাপাৰ ৷ হাৰাশাস্তি হৈছে এতিয়া বহু যাত্ৰীৰ ৷
TAGGED:
Roplex ferry service