তেজপুৰ বিশ্ববিদ্যালয়ত এডাল প্ৰকাণ্ড অজগৰ

By

Published : Jul 1, 2022, 10:55 PM IST

thumbnail

তেজপুৰত উদ্ধাৰ হৈছে এডাল প্ৰকাণ্ড অজগৰ ৷ তেজপুৰ বিশ্ববিদ্যালয় চৌহদৰ এখন কুকুৰা পামত আশ্ৰয় লৈ আছিল প্ৰকাণ্ড অজগৰটো ৷ তাতে অজগৰটোৱে ভক্ষণ কৰে এটা কুকুৰা ৷ এই বিষয়ে জানিব পাৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই খবৰ দিয়ে কলিয়াবৰৰ সৰ্পবন্ধু সঞ্জীৱক । খবৰ পোৱাৰ মাত্ৰে সেই স্থানত উপস্থিত হৈ সৰ্পবন্ধু সঞ্জীৱে উদ্ধাৰ কৰে অজগৰটোক (Python Rescued at Tezpur University)। তাৰ পাচত বন বিভাগৰ সহযোগত ভোমোৰাগুৰি খণ্ড বন এলেকাত মুকলি কৰি দিয়া হয় অজগৰটো ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.