ভাস্কৰ অপ্সৱেলৰ সৈতে এইবাৰৰ ইটিভি ভাৰতৰ 'সঁফুৰা' - ইটিভি ভাৰতৰ 'সঁফুৰা'
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-9353214-thumbnail-3x2-uijpg.jpg)
জুবিনৰ মায়াবিনীৰ পৰা আৰম্ভ কৰি তেলগু,তামিললৈ ৷ সুমধুৰ গীতৰ সমাহাৰেৰে উদীয়মান কণ্ঠশিল্পী ভাস্কৰ অপ্সৱেলৰ সৈতে এইবাৰৰ ইটিভি ভাৰতৰ 'সঁফুৰা' ৷ শনিবাৰে সন্ধিয়া 5বজাত অনুষ্ঠিত হ'ব এই অনুষ্ঠান ৷ অনুষ্ঠান উপভোগ কৰিবলৈ ক্লিক কৰক www.etvbharat.com