এজেপিৰ তিনিচুকীয়াৰ প্ৰাৰ্থী চমশ্বেৰ সিঙৰ সৈতে ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰ - samsher singh
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-10990555-thumbnail-3x2-kl.jpg)
ৰাজ্যত এতিয়া নিৰ্বাচনী কুচকাৱাজ ৷ প্ৰথম,দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত এইবাৰ অসমত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন ৷ ইয়াকে লৈ ৰাজ্যৰ প্ৰতিটো দল-সংগঠন, ৰাজনৈতিক নেতা এতিয়া ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত ৷ নিৰ্বাচনৰ এই প্ৰাক মুহূৰ্তত অসম জাতীয় পৰিষদৰ তিনিচুকীয়াৰ প্ৰাৰ্থী চমশ্বেৰ সিঙৰ সৈতে ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰ ...
Last Updated : Mar 13, 2021, 2:03 PM IST