ঘৰে ঘৰে ত্ৰিৰংগ পতাকা কাৰ্যসূচীক সমৰ্থন পদ্মশ্ৰী অজয় কুমাৰ দত্তৰ - ঘৰে ঘৰে ত্ৰিৰংগ পতাকা কাৰ্যসূচীক সমৰ্থন পদ্মশ্ৰী অজয় কুমাৰ দত্তৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 13, 2022, 10:59 AM IST

"যি জাতিয়ে জাতীয় পতাকাক সন্মান কৰিব নোৱাৰে সেই জাতিয়ে নিজৰ দেশকো সন্মান কৰিব নোৱাৰে । যি জাতিয়ে দেশক সন্মান কৰিব নোৱাৰে সেই জাতিয়ে নিজ মাতৃকো সন্মান কৰিব নোৱাৰে ।" দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ টা বসন্ত অতিক্ৰম কৰাৰ সময়তে ঘৰে ঘৰে ত্ৰিৰংগ পতাকা(Har Ghar Triranga Mission) কাৰ্যসুচীক সমৰ্থন জনাই অতীত ৰোমন্থন কৰিলে বিশিষ্ট সমাজকৰ্মী, প্ৰাক্তন বিধায়ক পদ্মশ্ৰী অজয় কুমাৰ দত্তই । ভাৰত স্বাধীনতা হোৱাৰ পিছত কিদৰে পতাকা লৈ উদযাপন কৰিছিল সেই মধুৰ সময়ো সুঁৱৰিলে বিশিষ্ট সমাজকৰ্মীগৰাকীয়ে । লগতে ক'লে আৰু বহু কথা । চাওক এই বিশেষ সাক্ষাৎকাৰ-

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.